“নৰ্থ-ইষ্ট নাও’ৰ বাতৰিৰ প্ৰভাৱ: টংলা পৌৰসভাৰ দ্বাৰা শতাধিক বগলী হত্যা; মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ
অতিমাৰী কৰ’না'ৰ দোহাই দি বৃহস্পতিবাৰে টংলা পৌৰসভাই শতাধিক বগলী হত্যা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে...
অতিমাৰী কৰ’না'ৰ দোহাই দি বৃহস্পতিবাৰে টংলা পৌৰসভাই শতাধিক বগলী হত্যা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে...
বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শনিবাৰে তৃতীয়খন বড়ো শান্তি চুক্তিৰ অন্যতম মুখ্য স্বাক্ষৰকাৰী হিচাপে এনডিএফবিৰ প্ৰতিষ্ঠাপক...
এতিয়াও বিটিচিত পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে দাবী কৰি থকা বিপিএফৰ প্ৰধান তথা প্ৰাক্তন বিচিটি চীফ হাগ্ৰামা মহিলাৰীয়ে অৱশেষত অসম...
ওদালগুৰি জিলাৰ ভাৰত-ভূটীন সীমান্তৰ ২ নং বামুনজুলি গাঁৱত এটি বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খাদ্যৰ...
বৰ্তমান নিষিদ্ধ প্ৰত্যাহাৰ কৰা নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বডোলেণ্ড(এনডিএফবি)ছাউৰাইগৌৰা গোটৰ প্ৰাক্তন সদস্যসকলে বিদ্ৰোহী সংগঠনটোৰ প্ৰাক্তন সদস্যৰসকলৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰসমূহ...
ব্ৰাহ্মণ উন্নয়ন পৰিষদ গঠনৰ দাবী উত্থাপন কৰিছে সদৌ ব্ৰাহ্মণ যুৱ পৰিষদৰ বিটিচি শাখাই। সংগঠনটোৱে বিটিচিৰ অন্তৰ্গত বিভিন্ন ভাষা-ভাষী ব্ৰাহ্মণ সম্প্ৰদায়ৰ...
ওদালগুৰিত আৰু এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীৰ জাকৰ পৰা এৰা পৰা ৪৫দিন বয়সৰ বনৰীয়া হাতীৰ পোৱালিটো দেওবাৰে ওদালগুৰি...
বুকুত স্বাধীনতাৰ সপোন বান্ধি এদিন তেওঁলোক ওলাই গৈছিল হাবিলৈ। হাবিৰ মাজত অস্ত্ৰৰ কঠোৰ অনুশীলনে মনবোৰ কঠোৰ কৰি তুলিছিল তেওঁ লোকৰ।...
ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ ধনশিৰি নৈত সাঁতুৰিবলৈ গৈ দেওবাৰে এজন যুৱক নিখোজ হোৱাৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। বিষ্ণু উপাধ্যায় (৩১) বুলি...
মাতৃহত্যাৰ এক ঘটনাত এটা সাধাৰণ কথাক লৈ হোৱাৰ বিবাদৰ পাছতে দুজন যুৱকে নিজৰ মাতৃক হত্যা কৰে। বাতৰি অনুসৰি, ওদালগুৰি জিলাৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd