DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঞ্জন দৈমাৰীক সাধাৰণ ক্ষমাদানৰ দাবী প্ৰাক্তন এনডিএফবি(এছ) সদস্যৰ

চাজিদ খান by চাজিদ খান
September 19, 2020 6:58 am
7-8-1024x512

প্ৰাক্তন এনডিএফবি ৱেলফেয়াৰ ছচাইটিৰ ওদালগুৰি শাখাৰ উপ-সভাপতি দাওহাৰো বড়োৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

234
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান নিষিদ্ধ প্ৰত্যাহাৰ কৰা নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বডোলেণ্ড(এনডিএফবি)ছাউৰাইগৌৰা গোটৰ প্ৰাক্তন সদস্যসকলে বিদ্ৰোহী সংগঠনটোৰ প্ৰাক্তন সদস্যৰসকলৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাইছে।

তেওঁলোকে লগতে শেহতীয়া বড়ো চুক্তিৰ দফা অনুসৰি তেওঁলোকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰো দাবী জনায়।

শুকুৰবাৰে ওদালগুৰিৰ ভেৰগাঁওত এখন সংবাদ মেলত প্ৰাক্তন এনডিএফবি ৱেলফেয়াৰ ছচাইটিৰ ওদালগুৰি শাখাৰ উপ-সভাপতি দাওহাৰো বড়োৱে কয়,’’বিদ্ৰোহী সংগঠনটোৰ বহুকেইজন সদস্য বিভিন্ন জিলাৰ কাৰাগাৰত বন্দী হৈ আছে।‘’

‘’চুক্তিখনৰ দফা অনুসৰি তেওঁলোকৰ চৰ্তহীন মুক্তি তথা পুনৰ্সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগক আহ্বান জনাইছো,‘’-তেওঁ কয়।

বড়োৱে লগতে কয় যে যদিও এনডিএফবিৰ নেতাসকলৰ মাজত ৰাজনৈতিক মতানৈক্য আছে, বড়ো জনসাধাৰণে ক্ষমতাৰ এক পৰিৱৰ্তন বিচাৰিছে।

তেওঁ ৰাইজক প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুনাইটেড পিপুলছ পাৰ্টি লিবাৰেল(য়ুপিপিএল)ক ভোট দিবলৈ আহ্বান জনায়।

‘এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী যোৱা ২৭ জানুৱাৰিত স্বাক্ষৰিত বড়ো চুক্তিৰ এগৰাকী মূল স্বাক্ষৰকাৰী হোৱা সত্ত্বেও তেওঁৰ সাধাৰণ ক্ষমাদান অনুমোদন কৰা নাই। চৰকাৰে তেওঁৰ চৰ্তহীন মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত,’’-তেওঁ লগতে কয়।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd