DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বামুনজুলিত বনৰীয়া হাতীৰ মৃত্যু

চাজিদ খান by চাজিদ খান
October 15, 2020 2:06 pm
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বামুনজুলিত বনৰীয়া হাতীৰ মৃত্যু

ফটো : নৰ্থ-ইষ্ট নাও

556
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ভাৰত-ভূটীন সীমান্তৰ ২ নং বামুনজুলি গাঁৱত এটি বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ মাজৰ পৰা হাতীটো ফালৰি কাটি অহা বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে। এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

‘গাঁওবাসীয়ে হাতীটোৰ মৃতদেহ আজি ৰাতিপুৱা প্ৰত্যক্ষ কৰাত আমাক খবৰ দিয়ে। ঘটনাস্থলত আমি উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰো’, এগৰাকী বন বিষয়াই এই কথা জানিবলৈ দিয়ে।

ঘটনা সংঘটিত হোৱা অঞ্চলটো ওদালগুৰি জিলাৰ সদৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত বৰনদী বণ্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত।

উল্লেখ্য যে বনৰীয়া হাতীৰ জাকে বিগত বছৰ সমূহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত–ভূটান সীমান্তৰ গ্ৰাম্যঞ্চলৰ লোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

তথ্য অনুসৰি চলিত বছৰত ওদালগুৰি জিলাত হাতীৰ আক্ৰমণত ১৫ গৰাকী লোক আৰু ৪টা বনৰীয়া হাতীৰ মৃত্যু হৈছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd