শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা
বিসম্বাদী ৰাজনীতিৰ ফলশ্ৰুতিত ৰাজনৈতিক সংকটৰ সন্মুখীন হোৱা মহাৰাষ্ট্ৰত কাইলৈ অনুষ্ঠিত হ'ব আস্থা ভোট। মহাৰাষ্ট্ৰ বিধানসভাত কাইলৈ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব...














