• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 28, 2022 5:42 pm
Maharashtra crisis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ লংকেশ্বৰত দেখিবলৈ পোৱা গৈছে কাটাপ্পা আৰু বাহুবলীক। দক্ষিণৰ জনপ্ৰিয় চিনেমা বাহুবলীৰ এটা বিশেষ দৃশ্যৰ ছবিৰ দ্বাৰা মহানগৰীত ভুমুকি মাৰিছে কাটাপ্পা আৰু বাহুবলীয়ে।

পিছে চিনেমাখন মুকলি হোৱা কেইবাটাও বছৰ বাগৰি যোৱাৰ পিছত আকৌ কিয় এইদৰে বাহুবলীৰ পোষ্টাৰিং কৰা হৈছে!

Apply Now

প্ৰকৃততে এই পোষ্টাৰৰ সমল হৈছে গুৱাহাটীত আশ্ৰয় লৈ থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল।

পোষ্টাৰখনত লিখা হৈছে ‘”সমগ্ৰ দেশে চাই আছে, গুৱাহাটীত লুকাই থকা বিশ্বাসঘাতক সকলক জনতাই ক্ষমা নকৰিব”।

কাটাপ্পা আৰু বাহুবলীৰ ছবি সম্বলিত এই পোষ্টাৰিং কৰিছে ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী চমুকৈ এন চি পিৰ যুৱ সংগঠন ৰাষ্ট্ৰবাদী যুৱ কংগ্ৰেছে।

মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰৰ অন্যতম অংশীদাৰ এন চি পি। বৰ্তমানেও এন চি পিয়ে উদ্ধৱ থাকৰেৰ প্ৰতিয়ে সমৰ্থন আগবঢ়াই আছে।

আনপিনে, একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ সৈতে এন চি পিৰো কেইবাজনো বিসম্বাদী বিধায়ক হোটেল ৰেডিচন ব্লুত আশ্ৰয় লৈ আছে।

তদুপৰি যোৱা নিশা গুৱাহাটীৰ বৰাগাঁৱত দেখা গৈছে একনাথ সিন্দেৰ সমৰ্থনত এখন বিশেষ হৰ্ডিং। #HindutvaForever বুলি লিখা হৰ্ডিং খনত হিন্দীত লিখা আছিল “গৰ্ব সে কহো হম হিন্দু হে, সিন্দে সাহাব হম আপকে সাথ হে”।

বিসম্বাদৰ ৰাজনীতিয়ে এতিয়া মহাৰাষ্ট্ৰক অস্থিৰ কৰি ৰাখিছে। আৰু এই ৰাজনীতিৰ ৰঙ্গমঞ্চ হৈ পৰিছে গুৱাহাটী মহানগৰ। এই ৰঙ্গমঞ্চৰ সাজসজ্জাৰ নামতে এইদৰে পোষ্টাৰিং কৰা হৈছে মহাৰাষ্ট্ৰত।

পিছে এই পোষ্টাৰত দেখুওৱাৰ দৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত কাটাপ্পা আৰু বাহুবলী কোন হ’ব সেয়া এতিয়াও নিৰূপণ কৰিব পৰা হোৱা নাই।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd