Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

ভাৰতৰ নিৰ্বাচনী আয়ুক্তৰ তাৎক্ষণিক পদত্যাগৰ আঁৰৰ প্ৰকৃত ৰহস্য কি?

ভাৰতৰ নিৰ্বাচনী আয়ুক্তৰ তাৎক্ষণিক পদত্যাগৰ আঁৰৰ প্ৰকৃত ৰহস্য কি?

লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণালৈ মাজত কেইটামান মুহূৰ্ত বাকী থকাৰ সময়তে আহিল সেই নভৱা-নিচিন্তা খবৰটো! নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী আয়ুক্ত অৰুণ গোৱেলে...

মিছা-বিভ্ৰান্তিকৰ বিজ্ঞাপনৰে দেশবাসীক কিমান আভুৱা ভাৰিব বাবা ৰামদেৱে?

মিছা-বিভ্ৰান্তিকৰ বিজ্ঞাপনৰে দেশবাসীক কিমান আভুৱা ভাৰিব বাবা ৰামদেৱে?

ৰামদেৱক লৈ নিমাতী কন্যাৰ ভাওত মোদী চৰকাৰ! পতঞ্জলিৰ বিজ্ঞাপন ভুৱা আখ্যাৰে উচ্চতম ন্যায়ালয়ে  বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত পিছ হুহুকিছে শাসকীয়...

বিলাসী কোঠাত জাৰৰ উমাল নিশা কটোৱা মুখ্যমন্ত্ৰীয়ে কি বুজিব দুখীয়াৰ পঁজাৰ যন্ত্ৰণা!

বিলাসী কোঠাত জাৰৰ উমাল নিশা কটোৱা মুখ্যমন্ত্ৰীয়ে কি বুজিব দুখীয়াৰ পঁজাৰ যন্ত্ৰণা!

যিমানেই যি নহওঁক ৰজাই ৰাজ আতিথ্যতেই থাকিব। ৰজা জানো দুখীয়াৰ ভঙা পঁজাত থকাৰ অভ্যাস আছে! এনিশা কি এঘণ্টা ওৱলি যোৱা...

সমীক্ষাত ওলাল : অৰবিন্দ কেজৰিৱালতকৈ কম হিমন্ত বিশ্বৰ জনপ্ৰিয়তা!

সমীক্ষাত ওলাল : অৰবিন্দ কেজৰিৱালতকৈ কম হিমন্ত বিশ্বৰ জনপ্ৰিয়তা!

ক্ৰমাত হ্ৰাস পাইছে নেকি হিমন্তবিশ্ব শৰ্মাৰ জনপ্ৰিয়তা? হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা বৃদ্ধি পোৱা বুলি ভক্তগণে দাবী কৰাৰ সময়তে...

বিজেপিত ত্যাগৰ মূল্য নাই! বাঢ়ি থোৱা ভাত খাই নোদোকা হৈছে কোন ?

বিজেপিত ত্যাগৰ মূল্য নাই! বাঢ়ি থোৱা ভাত খাই নোদোকা হৈছে কোন ?

ত্যাগৰ মূল্য নাই বিজেপিত! বাঢ়ি থোৱা ভাত খাই নোদোকা হ’ল কোন? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰম স্পৰ্ধা! ন-বিজেপি হৈয়ো জ্যেষ্ঠ...

AASU নেতাৰ মৌনব্ৰত! কংগ্ৰেছৰ দিনত বিৰোধ, বিজেপিৰ দিনত সমৰ্থন AASUৰ! ৰহস্য কি?

AASU নেতাৰ মৌনব্ৰত! কংগ্ৰেছৰ দিনত বিৰোধ, বিজেপিৰ দিনত সমৰ্থন AASUৰ! ৰহস্য কি?

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে চৌদিশে উত্তাল প্ৰতিবাদ। মঙলবাৰৰ দিনটোত বৰাক উপত্যকাত কংগ্ৰেছকে ধৰি বিভিন্ন সংগঠনে সমষ্টি পুনৰ...

অসম মানেই অসমান কিয়? যদি চৌপাশে শান্তি আৰু শান্তি তেন্তে আন্দোলনকাৰীৰ মুখ বন্ধ নীতি কিয়??

অসম মানেই অসমান কিয়? যদি চৌপাশে শান্তি আৰু শান্তি তেন্তে আন্দোলনকাৰীৰ মুখ বন্ধ নীতি কিয়??

হেৰৌ... উন্নয়নে জাতিষ্কাৰ হেনো চৌদিশ.. অসমত হেনো আন্দোলন প্ৰতিবাদে নাই!! তেন্তে ১৪৪ ধাৰা আৰু বণ্ড ছাইন কৰাই প্ৰতিবাদী জনতাৰ মুখ...

শান্তি-শৃংখলা ভঙ্গ! খিলঞ্জীয়াৰ ‘প্ৰতিবাদী সত্তা’ ধ্বংস কৰাৰ চলিছে নেকি কৌশল?

শান্তি-শৃংখলা ভঙ্গ! খিলঞ্জীয়াৰ ‘প্ৰতিবাদী সত্তা’ ধ্বংস কৰাৰ চলিছে নেকি কৌশল?

https://youtu.be/jhQjLXZK2-M মুখ্যমন্ত্ৰীয়ে কৈছিল আন্দোলন প্ৰতিবাদ নোহোৱা হৈছে। অসমত চাৰিওফালে এতিয়া কেৱল শান্তি আৰু শান্তি। আন্দোলন সঁচাকৈয়ে বন্ধ হৈছে নে বন্ধ...

মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!

মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!

প্ৰসংগ জোনমণি ৰাভা। ৰহস্যৰ পৰা অতি ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনাটো। জোনমণিৰ দেহত ৰডৰ আঘাতৰ চিন থকা বুলি মাতৃয়ে বিস্ফোৰক...

Page 2 of 317 1 2 3 317

Stay Connected

Recent News