মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে “শূন্য সহনশীলতাৰ নীতি” আৰক্ষীতো আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ
ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্য মন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্ত। কেৱল প্ৰশংসাত...