যান্ত্ৰিকতাৰ মহানগৰীত কাতি বিহু! ‘অসমৰ শিপা’ই বিলালে তুলসী পুলি
মহানগৰীৰ যান্ত্ৰিকতা তথা ব্যস্ততাৰ মাজত ক্ৰমশঃ হেৰাই যাব খোজা অসমীয়াৰ বাপতিসাহোন কঙালী বিহুটোক নতুন প্ৰজন্মৰ মাজত পুনৰ উজ্জীৱিত কৰাৰ মানসেৰে...
মহানগৰীৰ যান্ত্ৰিকতা তথা ব্যস্ততাৰ মাজত ক্ৰমশঃ হেৰাই যাব খোজা অসমীয়াৰ বাপতিসাহোন কঙালী বিহুটোক নতুন প্ৰজন্মৰ মাজত পুনৰ উজ্জীৱিত কৰাৰ মানসেৰে...
পূজাৰ বতৰতে দিচপুৰস্থিত বিধায়ক আৱাসত বুধবাৰে বিজেপি বিধায়ক শিলাদিত্য দেবক সাক্ষাৎ কৰিলে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ শ্বাহ মহম্মদ মনচুৰে।...
‘হিন্দু বাঙালী সমাবেশ’ৰ নাম সলনি কৰি মৈত্ৰী সন্মিলন অনুষ্ঠিত কৰিবলৈ চাতুৰী চলোৱাৰ সময়তে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম চমুকৈ চিআৰপিএফক...
বিহু অসমীয়া জাতিৰ জাতীয় তথা উমৈহতীয়া উৎসৱ। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু পালন কৰা হয়। কাতি মাহত উলহ-মালহ...
“অসম চৰকাৰৰ আশিস আৰু সহযোগ নাথাকিলে বঙালী সংগঠনে সমাৰোহ অনুষ্ঠিত কৰিব নোৱাৰিলে হেঁতেন।” মঙলবাৰে দিচপুৰৰৰ মিনিষ্টাৰ কলনিৰ বাসগৃহত অনুষ্ঠিত সংবাদমেলত...
১৫ অক্তোবৰত ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগে 'অ'চম আছাম' শীৰ্ষক অভিযানৰ অংশস্বৰূপে টেলিভিশ্যন বিজ্ঞাপনৰ দ্বিতীয় ভিডিঅ’টো মুকলি কৰে। কিন্তু গুৱাহাটীৰ তাজ...
অসমৰ সমাজখনত বৰ্তি থকা কৌটিকলীয়া ধৰ্মীয় সম্প্ৰীতি এটা গুজৱ নহয়। ই বাস্তৱ। তাৰ প্ৰমাণ আমি মাজে মাজে পায়ে থাকো। প্ৰতি...
কাইলৈৰ পৰা পাঁচদিনীয়াকৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ মহানগৰৰ কেইখনমান বিশেষ পূজা মণ্ডপত প্লাষ্টিক সম্পূৰ্ণৰূপে...
হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া বিষয়টোক পৃষ্ঠভূমি হিচাপে লৈ অসমত আকৌ অসমীয়া-বাঙালীৰ সংঘাতৰ দুৱাৰ মুকলি কৰা হৈছে নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কৰ...
সোমবাৰে মহা ষষ্ঠী। পূজাৰ আনন্দ উল্লাসত আপুনি জেলেপি বা অন্যান্য মিঠাইৰ সোৱাদ ল’বলৈ পালেও নাপাব ছাগলী মাংসৰ সোৱাদ। সোমবাৰৰ পৰা...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd