• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালী সংগঠন নালাগে বিজেপি চৰকাৰেও পাতিব নোৱাৰিব সমাৱেশ, বজ্ৰ ঘোষণা জিতেন দত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 18, 2018 6:49 pm
jiten dutta ulfa assam

জিতেন দত্ত। ছবি- ফে’চবুকৰ।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খিলঞ্জীয়া সংগঠনৰ সৰ্বাত্মক বিৰোধিতা আওকাণ কৰি নাগৰিকত্ব বিধেয়কৰ সপক্ষে শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সিদ্ধান্তৰ পিছতে সমাৱেশ পাতিবলৈ তৎপৰ হৈ উঠা বাঙালী সংগঠনসমূহৰ উদ্যোগত হেঙাৰ হৈ থিয় দিয়াৰ অংগীকাৰ কৰিছে আলফা নেতা জিতেন দত্তই।

নৰ্থ ইষ্ট নাও-ত বৃহস্পতিবাৰে এই বজ্ৰ সংকল্প ঘোষণা কৰিছে আলফা নেতা দত্তই।

Apply Now

“মই অসমত তেওঁলোকক কোনোধৰণৰ সমাৱেশ পাতিবলৈ নিদিওঁ। যিয়ে যি উদ্দেশ্য লৈ আছে মোৰ দৰকাৰ নাই, প্ৰথম কথা মই এই ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বাংলাদেশীৰ সমৰ্থনত কোনো দল-সংগঠনকে ধৰি আনকি চৰকাৰকো গণ সমাৱেশ অনুষ্ঠিত কৰিবলৈ নিদিওঁ,’‘ স্পষ্ট ভাষাৰে এই মন্তব্য আলফা নেতাজনৰ।

অসমৰ ২৭টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বুলি দাবী কৰি অহা চি আৰ পি এফ (Citizens’ Rights Protection Forum) নামৰ মঞ্চটোৱে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱো পোনপটীয়াকৈ নাকচ কৰিছে দত্তই।

“হিন্দু বাংলাদেশীৰ পক্ষত থকা কোনো সংগঠনৰ সৈতে কোনো আলোচনা নহয়,” আলোচনাৰ বাবে কোনেও “যোগাযোগ” কৰা নাই বুলি স্পষ্ট কৰি এই কথা জনালে আলফা নেতাজনে।

বিধেয়কখনক লৈ অসমৰ দল-সংগঠনৰ ভুল ধাৰণা হৈছে বুলি দাবী কৰি যোৱা ১৫ অক্তোবৰত বাঙালী সংগঠনৰ মঞ্চটোৱে সংবাদমেলযোগে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৎপৰ্য্যপূৰ্ণভাৱে সেই সংবাদমেলৰ দুদিন পূৰ্বে মঞ্চটোক “সাৱধান” কৰি দিবলৈ গুৱাহাটীৰ পাণবজাৰত এক বোমা বিস্ফোৰণ কৰিছিল আলফা (স্বাঃ)এ।

বাঙালী সমাৱেশক “মৈত্ৰী সন্মিলন’’লৈ নাম পৰিৱৰ্তন কৰিলেও লাভ নাই বুলি মন্তব্য কৰি দত্তই লগতে কয়, ‘‘তেওঁলোকৰ ইয়াত কোনো অনুষ্ঠান পতাৰ অধিকাৰ নাই। অসমৰ ৰাইজে নিজৰ চিন্তা নিজে কৰিব। কোনোবা হিন্দু বাংলাদেশী সমৰ্থকে আমাৰ জাতিটোৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই।‘’

জিতেন দত্তৰ এই সকীয়নিৰ পূৰ্বে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ১৭ নৱেম্বৰত বাঙালী সংগঠনসমূহে আহ্বান কৰা সমাৱেশে “সংঘাত”ৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰি ইয়াৰ বাবে অনুমতি নিদিবলৈ সোণোৱাল চৰকাৰক আহ্বান জনাইছিল।

তাৰোপৰি ৰাজকুমাৰ বৈশ্য নেতৃত্বাধীন জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি আৰু অসম সংগ্ৰামী মঞ্চয়ো এই সমাৱেশত বাধা দিয়াৰ হুংকাৰ দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd