Kalpa Saikia

Kalpa Saikia

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

“ৰজা” অমিত শ্বাহ আহিছে; বন্ধ থাকিল ছয়মাইলৰ বজাৰ-পদপথৰ দোকান,দুৰ্ভোগ জনতাৰ

“ৰজা” অমিত শ্বাহ আহিছে; বন্ধ থাকিল ছয়মাইলৰ বজাৰ-পদপথৰ দোকান,দুৰ্ভোগ জনতাৰ

গুৱাহাটীৰ বাটেৰে ৰজা আহিব, গতিকে প্ৰজাৰ কি কাম? আহিছে আহিছে অমিত শ্বাহ আহিছে…. পদপথৰ দোকানী, ক্ষুদ্ৰ ব্যৱসায়ীৰ আশাত চেঁচাপানী ঢালিছে! হয়,...

WhatsApp Image 2021-07-25 at 1.02.43 PM

ভাৰত বনাম উত্তৰ-পূব বিতৰ্কত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন!

যিসময়ত উত্তৰ-পূবৰ এগৰাকী ভাৰোত্তলক মীৰাবাই চানুৱে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে সমগ্ৰ ভাৰততে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেনে সময়ত...

আজি গুৱাহাটীৰ ক’ত কি কাৰ্যসূচী কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ?

আজি গুৱাহাটীৰ ক’ত কি কাৰ্যসূচী কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ?

আজি শ্বিলঙৰ পৰা আহি গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৩:২০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব...

batha

‘আত্মসমৰ্পন নহয়, যুদ্ধ বিৰতিহে’; পুলিচেই পলুৱাই পঠিয়াইছিল দুৰ্ধৰ্ষ NLFB নেতা এম বাথাক

কালি অৰ্থাৎ বৃহস্পতিবাৰে ২২ NLFB নেতাই আত্মসমৰ্পন কৰা বুলি ঢাক ঢোল বজাই প্ৰচাৰ চলোৱাৰ বিপৰীত ছবি পোহৰলৈ আহিল এম বাথাৰ...

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ৪২ শিশু-কিশোৰ; দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ৪২ শিশু-কিশোৰ; দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ জালত পৰিছে দুটা দুধৰ্ষ মানৱ সৰবৰাহকাৰী। চিৰাং জিলাৰ তিনি খন গাঁওৰ পৰা সৰবৰাহ হৈছিল এইসকল শিশু। মানৱ সৰবৰাহকাৰী...

দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা’ৰ আয়োজন

নৱম-দশম শ্ৰেণীৰ পৰীক্ষা; বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশনা

ৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশ। সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ। সময়ত...

মন্ত্ৰী নে সাংসদ? কোন সাংসদে দিল্লীলৈ গৈয়ো এৰিব পৰা নাই দিছপুৰৰ মন্ত্ৰী আৱাসৰ মোহ?

মন্ত্ৰী নে সাংসদ? কোন সাংসদে দিল্লীলৈ গৈয়ো এৰিব পৰা নাই দিছপুৰৰ মন্ত্ৰী আৱাসৰ মোহ?

তেওঁলোক দিছপুৰৰ পৰা দিল্লীলৈ গ’ল! বিধায়ক-মন্ত্ৰীৰ পৰা সাংসদো হ’ল, তথাপি এৰিব নোখোজে দিছপুৰৰ মোহ। অৰ্থ্যাৎ মন্ত্ৰী ক’লনীৰ মোহ এৰিব নোখোজে...

WhatsApp Image 2021-07-22 at 3.17.28 PM

পুৰণি বিজেপি ৰাজেন গোঁহাইক নতুন দায়িত্ব; ননীগোপাল মহন্তলৈও বিশেষ মৰ্যাদা কেবিনেটৰ

অধ্যাপক ননীগোপাল মহন্ত আৰু পুৰণি বিজেপি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক বিশেষ মৰ্য্যদা প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে।। ননী গোপাল...

pra

আজৱ কাণ্ড! চৰকাৰী ৱেবচাইটত এতিয়াও প্ৰমীলাৰাণী ব্ৰহ্ম হৈ আছে সমাজ কল্যাণ মন্ত্ৰী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন ধোঁৱাচাঙত তুলিলে অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ...

difff

বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধীৰ

অসম বিধানসভাত কালি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ বিশেষভাৱে সক্ষমসকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে...

Page 43 of 317 1 42 43 44 317

Recent News