Paresh Malakar

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

হায় গণতন্ত্ৰ! আমেৰিকান নিৰ্বাচনটোক ডাঙৰ পিকনিক পাৰ্টি যেন লাগিল কিয়?

হায় গণতন্ত্ৰ! আমেৰিকান নিৰ্বাচনটোক ডাঙৰ পিকনিক পাৰ্টি যেন লাগিল কিয়?

ড’নাল্ড ট্ৰাম্প আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে এক উৎকন্ঠাৰ সৃষ্টি কৰিছিল। কোন...

চাইবাবাৰ মৃত্যু হোৱা নাই, তেওঁক হত্যা কৰা হৈছে : পৰেশ মালাকাৰ

চাইবাবাৰ মৃত্যু হোৱা নাই, তেওঁক হত্যা কৰা হৈছে : পৰেশ মালাকাৰ

অৱশেষত অধ্যাপক জি এন চাইবাবাৰ মৃত্যু হ’ল? কিন্তু ই  মৃত্যু নে হত্যা ? জি এন চাইবাবাৰ মৃত্যু বা হত্যাৰ বিষয়ে...

কিতাপ পঢ়ি ভালপোৱা মানুহজন

কিতাপ পঢ়ি ভালপোৱা মানুহজন

ৰামকৃষ্ণই(ৰামকৃষ্ণ শৰ্মা) ফেইচবুকত উপেন্দ্ৰনাথ শৰ্মা চাৰে গোৱা বাংলা গীত এটাৰ ভিডিও এটা আপলোড কৰিছিল।গীতটো শুনি মই ভাবিলোঁ- বাহ বঢ়িয়া। তাৰমানে...

কিয় চেবিৰ অধ্যক্ষই পদত্যাগ কৰা উচিত?

কিয় চেবিৰ অধ্যক্ষই পদত্যাগ কৰা উচিত?

ফ্ৰি প্ৰেছ জাৰ্নেলত প্ৰখ্যাত ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাষ্যকাৰ তথা সাংবাদিক পৰঞ্জয় গুহঠাকুৰতাই চেবিৰ অধ্যক্ষ গৰাকীয়ে কিয় পদত্যাগ কৰিব লাগে সেই...

ছদ্মৱেশী নেতাগণে কেনেকৈ জাতীয়তাবাদৰ নামত অসমখন ছেদেলি-ভেদেলি কৰিলে ?

ছদ্মৱেশী নেতাগণে কেনেকৈ জাতীয়তাবাদৰ নামত অসমখন ছেদেলি-ভেদেলি কৰিলে ?

অসমীয়া জাতীয়তাবাদ  কোন দিশে? যোৱা চাৰিটা দশক অসমৰ ৰাজনীতি কম-বেছি পৰিমাণে জাতীয়তাবাদী চিন্তাই প্ৰভাৱিত কৰি আহিছে। যিবোৰ সংগঠনে ইমানদিনে অসমীয়া...

কিয় ৰাজনীতি ইমান লেতেৰা আৰু তৰল পৰ্যায়লৈ গৈছে

কিয় ৰাজনীতি ইমান লেতেৰা আৰু তৰল পৰ্যায়লৈ গৈছে

ভাবিলে আচৰিত লাগে যে এতিয়া ৰাজনীতি ইমান লেতেৰা আৰু তৰল পৰ্যায়লৈ গৈছে ।ৰাজনীতিৰ উদ্দেশ্য কি হোৱা উচিত আছিল? মানুহৰ, সকলো...

বাপৰে বাপ! প্ৰথমে ধৰ্ম-ৰাজনীতি আৰু তাৰ পাছত ৰমৰমীয়া ব্যৱসায়!

বাপৰে বাপ! প্ৰথমে ধৰ্ম-ৰাজনীতি আৰু তাৰ পাছত ৰমৰমীয়া ব্যৱসায়!

ভাৰতত ধৰ্মীয় আবেগ ৰাজনৈতিক আৰু বাণিজ্যিক উদ্দেশ্যত কেনেকৈ ব্যৱহাৰ কৰা হৈছে তাৰ এক জলন্ত উদাহৰণ অযোধ্যাৰ ৰাম মন্দিৰ। শ্বাহবানু মোকৰ্দমাৰ...

চাৰিওফালে অঘটন! মানুহৰ বাবে নহয় নেকি বিজেপিৰ উলম্ব উন্নয়ন?

চাৰিওফালে অঘটন! মানুহৰ বাবে নহয় নেকি বিজেপিৰ উলম্ব উন্নয়ন?

মই নিজে আজি কেইদিনমান আগতে নৰ্দমাত পৰিছিলোঁ। নৰ্দমা এটা পাৰ হ’বলৈ চেষ্টা কৰোঁতে পিছল খাই দুখন স্লেবৰ মাজৰ ফাক এটাৰে...

জৱাহৰলাল নেহৰুৰ সৈতে কি কি গুণৰ মিল আছে ৰাহুল গান্ধীৰ?

জৱাহৰলাল নেহৰুৰ সৈতে কি কি গুণৰ মিল আছে ৰাহুল গান্ধীৰ?

ওম বিৰলা লোক সভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত প্ৰধান মন্ত্ৰী মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁক অভিনন্দন জনোৱা ছৱিখন...

ইন্দিৰা গান্ধীৰ “Emergency” আৰু মোদীৰ অঘোষিত “Emergency”ৰ মাজত পাৰ্থক্য কি?

ইন্দিৰা গান্ধীৰ “Emergency” আৰু মোদীৰ অঘোষিত “Emergency”ৰ মাজত পাৰ্থক্য কি?

কালি ক’ৰবাত এটা ভিডিও দেখিলোঁ য’ত প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছে। আজিৰ পৰা ৫০ বছৰ আগতে, সেই...

Page 3 of 5 1 2 3 4 5

Stay Connected

Recent News