আত্মহত্যা কৰা টেট শিক্ষয়িত্ৰীৰ মাতৃয়ে বিচাৰিলে ন্যায়
আত্মহত্যা কৰা ধুবুৰীৰ এখন বিদ্যালয়ত কৰ্মৰত টেট শিক্ষয়িত্ৰীগৰাকীৰ পিতৃয়ে তেওঁৰ মৃতদেহ চমজি লোৱাৰ সময়তে শিক্ষয়িত্ৰীগৰাকীৰ মাতৃয়ে বিচাৰিলে ন্যায়। দেওবাৰে ‘নৰ্থইষ্ট...
আত্মহত্যা কৰা ধুবুৰীৰ এখন বিদ্যালয়ত কৰ্মৰত টেট শিক্ষয়িত্ৰীগৰাকীৰ পিতৃয়ে তেওঁৰ মৃতদেহ চমজি লোৱাৰ সময়তে শিক্ষয়িত্ৰীগৰাকীৰ মাতৃয়ে বিচাৰিলে ন্যায়। দেওবাৰে ‘নৰ্থইষ্ট...
ধুবুৰী আৰক্ষীয়ে ৩১ মে'ৰ নিশা এক অভিযান চলাই অসম-বংগৰ সীমান্তৱৰ্তী এলেকা ছাগলীয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মাল ভৰ্তি ট্ৰাকৰ...
ধুবুৰী জিলাৰ বিলাসীৰ ভেৰভেৰীত এগৰাকী টে'ট শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি এজন লোকক আটক কৰিছে। আটকাধীন লোকজনক শ্বাহ...
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ধুবুৰীৰ গোলকগঞ্জৰ এটা দিন হাজিৰা কৰি পৰিয়ালৰ মেধাৱী সন্তান মানিক ৰয়ে কলা শাখাত...
তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ সময়ত উপযুক্ত নথি অবিহনেই ভোট দিবলৈ কিছু সংখ্যক লোকক অনুমতি দিয়া এজন নিৰ্বাচনী বিষয়াক গৌৰীপুৰ আৰক্ষীয়ে ২৩ গ্ৰেপ্তাৰ...
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে দৃঢ়তা প্ৰকাশ কৰি কয় যে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে অসমৰ ১৪খন আসনৰ ভিতৰত...
ধুবুৰীৰ ৩০ বছৰ পুৰণি সংগ্ৰহালয়টো নিজা গৃহ অবিহনেই চলি আছে আৰু ই বহুবাৰ স্থান সলনি কৰি থাকিবলগীয়া হৈছে। ১০৮৮চনৰ জুলাইৰ...
অহা ডিচেম্বৰ মাহত ভূৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে নামনি অসমৰ ধুবুৰী জিলাৰ আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ...
আজি ধুবুৰীৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত বিধায়ক শিলাদিত্য দেৱে শেহতীয়াভাৱে সৃষ্টি হোৱা বিতৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰি কৃষক...
এটি ৭ বছৰীয়া শিশুৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদত আজি ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বালাজানত আমছু, ছাত্ৰ মুক্তিকে ধৰি বিভিন্ন দল-সংগঠনৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd