• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মহত্যা কৰা টেট শিক্ষয়িত্ৰীৰ মাতৃয়ে বিচাৰিলে ন্যায়

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
June 3, 2019 9:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আত্মহত্যা কৰা ধুবুৰীৰ এখন বিদ্যালয়ত কৰ্মৰত টেট শিক্ষয়িত্ৰীগৰাকীৰ পিতৃয়ে তেওঁৰ মৃতদেহ চমজি লোৱাৰ সময়তে শিক্ষয়িত্ৰীগৰাকীৰ মাতৃয়ে বিচাৰিলে ন্যায়।

দেওবাৰে ‘নৰ্থইষ্ট নাও’ৰ আগত আতহত্যা কৰা ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনৰ ১০৩৪ ভেৰভেৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মাতৃ মায়াৰাণী গুপ্তাই কয়, ‘’নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পুৰুষ শাসিত সমাজত মহিলাসকলক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে।‘’

Apply Now

শ্বাহ আলম আহমেদ নামৰ ব্যক্তিগৰাকীয়ে (যিজনক মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে) ছ’চিয়েল মিডিয়াৰ বিভিন্ন মঞ্চত তেওঁৰ কিছুমান আপত্তিজনক ফটোগ্ৰাফ ভাইৰেল কৰাৰ পাছতে যোৱা বৃহস্পতিবাৰে টেট উত্তীৰ্ণ শিক্ষয়িত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছিল।

নিজৰ জ্যেষ্ঠ কন্যাৰ ন্যায় দাবী কৰি মায়াৰাণী গুপ্তাই কয়,‘’চৰকাৰে নিযুক্তি নীতি সলনি কৰিব লাগিব আৰু শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ গৃহ জিলাত নিযুক্তি দিব লাগে যাতে আন কোনো শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ জীৱন শেষ কৰি দিবলৈ বাধ্য নহয়।‘’

উল্লেখযোগ্য যে শিক্ষয়িত্ৰীগৰাকী তিনিচুকীয়াৰ আছিল। ইয়াৰ মাজতে ধুবুৰী আৰক্ষীয়ে শ্বাহ আলম আহমেদক শিক্ষয়িত্ৰী গৰাকীক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰু জেললৈ প্ৰেৰণ কৰে।

বিলাসীপাৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাৰ অধীনত ৮৬/২০১৯ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ঘটনাটো সন্দৰ্বত তদন্ত অব্যাহ ৰখা হৈছে।

আশ্চৰ্যজনকভাৱে, যেতিয়া শিক্ষয়িত্ৰীগৰাকীৰ মাতৃ মায়াৰাণী গুপ্তাই উত্তৰাখণ্ডৰ ডেৰাদুনৰ পৰা আহিবলগীয়া তেওঁৰ পুত্ৰৰ বাবে বিলাসীপাৰা চহৰত অপেক্ষা কৰি আছিল, শিক্ষয়িত্ৰীগৰাকীৰ পিতৃ শিৱ প্ৰসাদ গুপ্তাই শনিবাৰে গধূলি ধুবুৰী হাস্পাতলত উপস্থিত হৈ শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহটো চমজি লয়।

তেওঁ শনিবাৰে ৰাতিপুৱাৰে পৰা বিলাসীপাৰাৰ এটি ল’জত থকা পত্নী মায়াৰাণী গুপ্তাক একো নজনোৱাকৈ মৃতদেহটো লৈ নিজৰ গৃহ জিলা তিনিচুকীয়ালৈ উভতি যায়।

আনহাতে, মৃত শিক্ষয়িত্ৰীগৰাকীৰ মাতৃগৰাকীয়ে বিলাসীপাৰা চহৰত দেওবাৰে ৰাতিপুৱা সংবাদ মাধ্যমৰ ব্যক্তিৰ আগত অভিযোগ কৰি কয় যে তেওঁৰ কন্যাই গৃহ জিলা তিনিচুকীয়ালৈ বদলিৰ বাবে আবেদন কৰিছিল, কিন্তু সংশ্লিষ্ট বিভাগে বিষয়টোত কোনো গুৰুত্ব নিদিলে।

বিলাসীপাৰা প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনক যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়ে যে শিক্ষয়িত্ৰীগৰাকীয়ে বদলিৰ বাবে কেতিয়াও আবেদন কৰা নাছিল।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd