• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৱম স্থান দখলেৰে দিন-হাজিৰা কৰা পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙালে ধুবুৰীৰ মানিক ৰয়ে

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
May 26, 2019 11:33 am
কলা শাখাত ৰাজ্যৰ ভিতৰত নৱম স্থান দখল কৰা মানিক ৰয়।

কলা শাখাত ৰাজ্যৰ ভিতৰত নৱম স্থান দখল কৰা মানিক ৰয়।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ধুবুৰীৰ গোলকগঞ্জৰ এটা দিন হাজিৰা কৰি পৰিয়ালৰ মেধাৱী সন্তান মানিক ৰয়ে কলা শাখাত ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰি ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

মানিক ৰয়ৰ পিতৃ মনোজ ৰয় আৰু মাক দিপ্তী ৰয়ে দিন হাজিৰা কৰি অতি কষ্টৰে মানিকক পঢ়াইছিল। পিতৃ-মাতৃ দুয়োৰে সপোন মানিকক এদিন ডাঙৰ মানুহ কৰাৰ।

Apply Now

মানিক ৰয়ে ইংৰাজীত ৮৮, অসমীয়াত ৯৩, ৰাজনীতি বিজ্ঞানত ৯৬, এডুকেশ্যনত ৯৩ আৰু হিস্ত্ৰীত ৯৬, মুঠ ৪৬৬ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত নৱম স্থান দখল কৰে।

‘মোৰ দেউতাই কোনোমতে দিন হাজিৰা কৰি আমাৰ পৰিয়ালৰ সদস্য চাৰিজনৰ দুবেলা দুসাজ যোগাৰ কৰে। দেইতাৰ উপাৰ্জন সদায় নাথাকে। সেই কাৰণে ঘৰুৱা টিউচন লোৱাৰ প্ৰশ্নই নুঠে। মই কলা শাখাত আজমল ফাউণ্ডেশ্যনৰ সহায় অধ্যয়ন কৰিলো।’ নৱম স্থান দখল কৰা মানিক ৰয়ৰ মন্তব্য।

তাৰোপৰি মানিক ৰয়ে কয় যে, ‘আজমল ফাউণ্ডেশ্যনে মোক ১০০ শতাংশ জলপানি প্ৰদান কৰি সহায় কৰাৰ বাবে ধন্যবাদ দিব বিচাৰো।’

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am
অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

August 5, 2026 11:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd