Nenow

এন ই নাও নিউজ

COVID-19: Guwahati Press Club to remain closed until further notice

ক’ভিড-১৯: অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটী প্ৰেছ ক্লাব

ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাব অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰা হৈছে। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে...

coronavirus-1140x570

ধেমাজিত দ্ৰুতবৃদ্ধি ক’ভিড ৰোগীৰ, গোগামুখত লকডাউন

ধেমাজি জিলাত শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে শনিবাৰলৈকে ২১৯গৰাকী ক’ভিড ৰোগী চিনাক্ত কৰিছে। তাৰে ১২৮গৰাকীয়ে...

PM Modi launches Aatmanirbhar Bharat App Innovation Challenge

আত্মনিৰ্ভৰ ভাৰত এপ ইন’ভেচন চেলেঞ্জ মুকলি প্ৰধান মন্ত্ৰী মোদীৰ

শেহতীয়াকৈ ৫৯টা চীনা এপ ভাৰতত নিষিদ্ধ কৰাৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশীয় এপ নিৰ্মাণৰ ওপৰত গুৰুত্ব দি শনিবাৰে “Aatmanirbhar...

PM Modi to lay foundation stone of Ram Temple in Ayodhya on August 5 PM

অসমৰ বানত নিহতৰ নিকট আত্মীয়লৈ ২লাখ টকাৰ সাহায্য ঘোষণা প্ৰধান মন্ত্ৰীৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বানত নিহতসকলৰ নিকটতম আত্মীয়লৈ দুই লাখকৈ টকাৰ সাহায্য শুকুৰবাৰে ঘোষণা কৰিছে। প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য...

8329 persons cured of COVID-19 in Assam

অসমত নতুনকৈ ২২১ ক’ভিড মুক্ত, সক্ৰিয় ৰোগী ৩০৯০

২২১গৰাকী ব্যক্তিয়ে শুকুৰবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা তেওঁলোকক যাবলৈ দিয়া...

PM Modi phones CM Sonowal, takes stock of recent situation in Assam

মুখ্য মন্ত্ৰী সোণোৱাললৈ প্ৰধান মন্ত্ৰীৰ ফোন; ল’লে অসমৰ খবৰ, সকলো সহায়ৰ আশ্বাস

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা শুকুৰবাৰে ফোনযোগে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ লয়। প্ৰধান মন্ত্ৰীয়ে...

Transgenders may be recruited as combat officers

অৰ্ধসামৰিক বাহিনীত লোৱা হ’ব পাৰে তৃতীয় লিংগৰ ব্যক্তিক

তৃতীয় লিংগৰ ব্যক্তিসকলক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীসমূহত কম্বেট অফিচাৰ হিচাপে লোৱা হ’ব পাৰে। কেন্দ্ৰই ইউ পি এছ চি চি এ পি...

One killed in Margherita road mishap

মাৰ্ঘেৰিটাত একেখন গাড়ীৰে তিনিবাৰকৈ দুৰ্ঘটনা, নিহত এজন

একেখন গাড়ীয়ে বৃহস্পতিবাৰে সন্ধিয়া মাৰ্ঘেৰিটাত তিনিটাকৈ দুৰ্ঘটনা সংঘটিত কৰিছে। এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন আহত হৈছে। নিহত লোকজন পাৱৈৰ...

AASU protests against Assam Govt proposed land ordinance in Teok

ভূমি: অসম চৰকাৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে টীয়কত আছুৰ প্ৰতিবাদ, দল-সংগঠনৰ প্ৰতিক্ৰিয়া

কৃষিভূমি অকৃষিজাত কামৰ বাবে সলনিৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেটৰ প্ৰস্তাৱত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। এই সিদ্ধান্তক খিলঞ্জীয়াবিৰোধী...

India to ban Chinese companies from participating in highway projects: Gadkari

ঘাইপথ, MSMEত নিষিদ্ধ হ’ব চীনা কোম্পানি

কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাদকাৰিয়ে বুধবাৰে কয় যে ভাৰতে চীনা কোম্পানিক ঘাইপথ প্ৰকল্পত অংশ ল’বলৈ অনুমতি নিদিয়ে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু...

Page 41 of 113 1 40 41 42 113

Stay Connected

Recent News