Nenow

এন ই নাও নিউজ

Awahan's publisher, editor Dinanath Sarma remembered

“আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক স্মৰণ

যুগজয়ী অসমীয়া আলোচনী “আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক আজি ৪২তম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সাংস্কৃতিক সংস্থা 'চিৰ সেউজ'ৰ উদ্যোগত...

Mizoram reports 3 more COVID19 positive cases, state count rises to 17

মিজোৰামত নতুন তিনি ক’ভিড আক্ৰান্ত, মুঠ ১৭লৈ বৃদ্ধি

নতুন তিনিগৰাকী ক’ভিড-১৯ আক্ৰান্তৰ সৈতে মিজোৰামত মুঠ ৰোগীৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। প্ৰথমগৰাকী ক’ভিড ৰোগী ইতিমধ্যে আৰোগ্য হোৱা ৰাজ্যখনত সক্ৰিয়...

Assam polls 2021: AGP to contest in 85 constituencies

’২১ৰ বিধান সভা নিৰ্বাচনত কেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব অগপই? ক’লে সভাপতি অতুল বৰাই

অসম গণ পৰিষদে অসম বিধান সভাৰ ২০২১ৰ নিৰ্বাচনত ৮৫টা সমষ্টিত বিজয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অগপ সভাপতি অতুল বৰাই বৃহস্পতিবাৰে এক...

102 persons test COVID-19 positive in Tripura

ত্ৰিপুৰাত ১০২গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

১০২গৰাকী লোকক ত্ৰিপুৰাত বুধবাৰে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই তথ্য সদৰী কৰই কয় যে ৰাজ্যখনত...

Fugitive businessman Vijay Mallya to be extradited anytime soon

যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব বিজয় মালিয়াক

পলাতক ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব। শীৰ্ষ চৰকাৰী সূত্ৰৰ ভিত্তিত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে...

Rajnath-Singh-1140x570

লাডাখত চীনা সৈন্য সন্দৰ্ভত কি কৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখত চীনা সৈন্যৰ উপস্থিতিক লৈ মঙলবাৰে কৰা এক মন্তব্যৰ আধাৰত পৰিৱেশিত এক বাতৰিক পি আই...

Migrant-workers-Fleeing-to-their-Hometown-1024x522

২০০০ কি.মি. খোজকাঢ়ি ঘৰ পায়ে সৰ্প দংশনত মৃত্যু প্ৰব্ৰজিত শ্ৰমিকৰ, মাতৃ চিকিৎসালয়ত

উত্তৰ প্ৰদেশৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকে বেংগালুৰুৰ পৰা প্ৰায় ২০০০ কি.মি. খোজকাঢ়ি গৈ ঘৰ পায়ে সৰ্প দংশনত প্ৰাণ হেৰুওৱাৰ এটা ঘটনা...

Anti-CAA violence: Delhi police file chargesheet against Devangana Kalita & 11 others

জাফ্ৰাবাদ হিংসা: দেৱাংগনা কলিতাসহ ১২গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে কা-বিৰোধী হিংসাত্মক প্ৰতিবাদত জৰিত থকাৰ অভিযোগত অসমৰ দেৱাংগনা কলিতাসহ ১২গৰাকী লোকৰ বিৰুদ্ধে মঙলবাৰে অভিযোগনামা দাখিল কৰিছে। হিংসাত্মক ঘটনাত...

Sivasagar Jila Gahori Palok Sontha formed

“শিৱসাগৰ জিলা গাহৰি পালক সন্থা” গঠন

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংহাৰৰ মাজতে শিৱসাগৰৰ গাহৰিপালকসকলে মঙলবাৰে "শিৱসাগৰ জিলা গাহৰি পালক সন্থা" গঠন কৰিছে। শিৱসাগৰ জিলা পশু চিকিৎসালয় পেক্ষাগৃহত সমগ্ৰ...

Page 51 of 113 1 50 51 52 113

Stay Connected

Recent News