চিম্পাঞ্জী বিশাৰদ জেন গুডাল বিশ্ব শান্তি, মানৱাধিকাৰ আৰু গণতন্ত্ৰত বিশ্বাসী আছিল!
https://youtu.be/lgVNafGJIEM?si=VoF8_usswbXtquno মানুহৰ জীৱন কি বিচিত্ৰ! কিছুমান মানুহৰ মৃত্যুৱে পৃথিৱীত এনে খলকনি তোলে যে মৃত্যুৰ পিছতহে আমি তেওঁলোকক নতুনকৈ আৱিষ্কাৰ কৰোঁ।...













