Rajen Sharma

Rajen Sharma

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

D5-MJ45UYAEQp94

পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাক তৃণমূল কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ আক্ৰমণ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসমৰ বিত্ত মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ড০  হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া তৃণমূল...

Logo_of_NRC_Assam-1140x570

এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল নকৰা লোকসকলৰ সন্ধানত অসম চৰকাৰ

চৰকাৰৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাৰ পাছতো দাবী তথা আপত্তি দাখিল নকৰা ৩,৮০,০০০ লোকৰ...

_93cd94ea-709b-11e9-9308-6ffbdc5c45a7

ৰঞ্জন গগৈক ক্লীনশ্বিট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ : উচ্চতম ন্যায়ালয়ৰ বাহিৰত ১৪৪ ধাৰা জাৰি

যৌন নিৰ্যাতনৰ গোচৰত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আভ্যন্তৰীণ তদন্ত কমিটিয়ে ক্লীনশ্বিট দিয়াৰ এদিন পাছতেই উচ্চতম ন্যায়ালয়ৰ বাহিৰত মঙলবাৰে আৰক্ষীয়ে...

maxresdefault

যাত্ৰীৰ সুবিধাৰ বাবে কেইবাখনো ৰে’লত অতিৰিক্ত দবা সংযোগ ঘটাব উত্তৰ-পূব সীমান্ত ৰে’লৱেই

উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এন এফ আৰ) অঞ্চলটোৰ ৰে’লযাত্ৰীসকলৰ বাবে ইয়াৰ দূৰণিবটীয়া আৰু যাত্ৰীবাহী ৰে’লসমূহত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ...

assam-assembly-building

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ চিকিৎসাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে

অসম চৰকাৰে বিগত কিছুদিনৰ পৰা অসুস্থ হৈ পৰা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান মহম্মদৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে। বিধানসভাৰ...

Modi-Manmohan_1555034822318

মোদীৰ পাঁচ বছৰীয়া শাসনকালক ‘অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’ আখ্যা মনমোহন সিঙৰ

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচ বছৰীয়া কৰ্যকালটোক ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’’ বুলি অভিহিত...

Cyclone_Fani_Odisha_AP-1140x570

‘ফেনি’ৰ আতংক গ’ল যদিও এতিয়াও উভতি নহা ৰাজ্যৰ তীৰ্থযাত্ৰীক লৈ চিন্তিত পৰিয়াল

উৰিষ্যাত বিধ্বংসী ‘ফেনি’ৰ সন্ত্ৰাস চলি থকাৰ মাজতে ৰাজ্যখনত ভ্ৰমণৰ বাবে গৈ আৱদ্ধ হৈ অসমৰ তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ...

FB_IMG_1557046772873

আৰক্ষীলৈ গুলী : ৰয়িঙত দুজন প্ৰাক্তন এন ডি এফ বি সদস্যসহ আঠজন ডকাইত গ্ৰেপ্তাৰ

তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িঙত অৰুণাচল আৰক্ষীয়ে শনিবাৰে এন ডি এফ বিৰ দুজন প্ৰাক্তন সদস্যসহ...

Page 15 of 22 1 14 15 16 22

Recent News