মোডী মন্ত্রীসভাত ‘বাংলাদেশী মন্ত্রী’! ৰিপুন বৰাৰ পত্ৰৰ পাছতে তোলপাৰ দেশৰ ৰাজনীতি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান পাইছে এগৰাকী ‘বাংলাদেশী’ ব্যক্তি! তাকো একেবাৰে গৃহ মন্ত্ৰ্যালয়ত। কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামানিকৰ...