ইউ টিউবত প্ৰচাৰিত মেৰী হাচদাৰ গীতৰ বিৰুদ্ধে চাওঁতালী সংগঠনৰ থানাত এজাহাৰ দাখিল
অসমৰ বাক্সা জিলাৰ এগৰাকী যুৱতীয়ে গোৱা এটা গীত ইউ টিউবত প্ৰকাশ পোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ চাওঁতালী সমাজ...
অসমৰ বাক্সা জিলাৰ এগৰাকী যুৱতীয়ে গোৱা এটা গীত ইউ টিউবত প্ৰকাশ পোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ চাওঁতালী সমাজ...
দেওবাৰৰ সন্ধিয়া বোকাখাতৰ লতাবাৰী আৰু সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ...
ৰাজ্যৰ ৪৭ টা বিধানসভা সমষ্টিৰ লগতে শনিবাৰে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপুৰ্ণ ভাৱে সমাপ্ত হয় ৷...
৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ এখন বিদ্যালয়। বিদ্যালয়খনৰ নাম জ্যোতি বিদ্যাপীঠ ৷ বোকাখাত নগৰৰ পূব সীমান্তত অৱস্থিত জ্যোতিপুৰৰ জ্যোতি বিদ্যাপীঠ...
২৭মাৰ্চতহ'বলগীয়াপ্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ ২১৬ ভোট গ্ৰহন কেন্দ্ৰলৈ আজি পুৱাতে যাত্ৰা কৰিছে নিৰ্বাচনী বিষয়া কৰ্মচাৰী...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ পিচত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা অতুল বৰাক উদ্ধাৰ কৰিবলৈ বোকাখাত সমষ্টিলৈ আহে নেডাৰ উপদেষ্টা...
বিধানসভা নির্বাচনৰ ২৭ মাৰ্চত হব লগীয়া প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত সকলোধৰণৰ যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰি...
বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন থকাৰ সময়ত বোকাখাত বিধান সভা সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ৷ সমষ্টিটোত...
বোকাখাতৰ কুমাৰণী পথাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল খুড়াকৰ ৷ মাটিৰ সীমা সম্পৰ্কীয় এক...
বোকাখাত নগৰৰ নাতিদুৰৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ যোৱা নিশা সংঘৰ্টিত এক শোকাৱহ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাটোত দুজন যুৱকৰ মৃত্যু...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd