• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভা নিৰ্বাচনৰ বাবে বােকাখাত মহকুমা প্রশাসন সাজু : ২৩৮ গৰাকী প্রিজাইডিং, ৭১৪ গৰাকী পুলিং বিষয়া নিযুক্তি

উত্তম শইকীয়া by উত্তম শইকীয়া
March 25, 2021 1:21 pm
https://assam.nenow.in/wp-content/uploads/2021/03/evm.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নির্বাচনৰ ২৭ মাৰ্চত হব লগীয়া প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত সকলোধৰণৰ যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে মহকুমা প্ৰশাসনে।

সমষ্টিটোত প্রিজাইডিং আৰু পুলিং বিষয়া আৰু মাইক্র অবজাৰভাৰ সকলৰ প্রশিক্ষণ কার্য সম্পন্ন কৰি ১৭ গৰাকী চেক্টৰ বিষয়াৰ অধীনৰ ১৭ টা চেক্টৰৰ ২১৬ টা ভোটগ্রহণ কেন্দ্রৰ বাবে ২৩৮ গৰাকী প্রিজাইডিং, ৭১৪ গৰাকী পুলিং বিষয়া আৰু ২৪ গৰাকী মাইক্র অবজাৰভাৰ নিযুক্তি দিয়া হৈছে৷লগতেব্ৰহ্মপুত্ৰ নদীৰ লহৰে চাপৰিত ১ গৰাকী চাব-চেক্টৰ বিষয়াক নিযুক্তি দিয়া হৈছে।

Apply Now

২৬ মাৰ্চত এইসকল বিষয়াই নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাত্ৰী কৰিব৷

উল্লেখযোগ্য যে, বোকাখাত সমষ্টিত ২৬ টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব।

ইয়াৰ উপৰিও ২ টা ভোটগ্রহণ কেন্দ্র ক্ৰমান্বয়ে ৬২ নং বোকাখাত হিন্দী হাইস্কুল আৰু ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্র দুটাক মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰি তুলিছে মহকুমা প্ৰশাসনে।

সমষ্টিটোৰ বিভিন্ন ভোটগ্রহণ কেন্দ্ৰলৈ বিষয়া-কৰ্মচাৰীসকল যাবলৈ বাবে সৰু-বৰ প্রায় ২৫০ খন বাহন অধিগ্রহণ কৰা হৈছে।

আনহাতে এইবাৰ নিৰ্বাচনত ইভিএমৰ লগত নতুনকৈ সংযোজন হোৱা ভিভিপেট সম্পর্কতো বোকাখাত নিবার্চনী জিলাৰ অন্তর্গত বিভিন্ন এলেকাত সজাগতা সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক প্রশিক্ষণ প্রদান কৰা কাৰ্যও সম্পুৰ্ণ কৰিছে প্ৰশাসনে।

২৬ মার্চ, ২০২১ তাৰিখে পুৱা ৮.০০ বজাৰ পৰা বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ যাবলগীয়া প্রিজাইডিং আৰু পুলিং বিষয়াসকলক নিৰ্বাচনৰ সা-সামগ্রী মহকুমাধিপতি কাযালয় চৌহদত বিতৰণ কৰা হ’ব বুলি মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া বিপুল দাসে জনাইছে৷

উল্লেখ্য যে, ৯ মার্চত প্রকাশ পােৱা ২০২১ চনৰ চুড়ান্ত ভোটাৰ তালিকা অনুসৰি বোকাখাত নির্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ ১.৪৭,৪৮৭।

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৭৩৭৯৮ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭৩,৬৮৬ তাৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩ গৰাকী।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd