• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত অতুল বৰাক উদ্ধাৰ কৰিবলৈ গৈ হিমন্তই বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা!

উত্তম শইকীয়া by উত্তম শইকীয়া
March 26, 2021 9:40 am
Assam_BJP_MLA1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ পিচত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা অতুল বৰাক উদ্ধাৰ কৰিবলৈ বোকাখাত সমষ্টিলৈ আহে নেডাৰ উপদেষ্টা হিমন্ত বিশ্ব শৰ্মা ৷

বোকাখাতৰ বৰজুৰি খেল পথাৰত অনুষ্ঠিত হোৱা বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী তথা অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰাৰ এক নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনী সভাৰ মঞ্চত উঠিয়েই দিয়া ভাষণত হিমন্ত বিশ্ব শৰ্মাই সমবেত ৰাইজৰ উদ্দেশি এলানি আঁচনিৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Apply Now

নিৰ্বাচনী মঞ্চত হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মতে অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগেই বোকাখাত সমষ্টিৰ প্ৰতি গৰাকী দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মহিলাক অৰুনোদয় আঁচনি প্ৰদান কৰা হ’ব ৷ ৮৩০ টকাৰ অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহত ৩০০০ টকা কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷ মাইক্ৰ ফাইনেঞ্চৰ অনাদায় লোন চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰাৰ উপৰিও মহিলা গোট বোৰক তিনি লাখকৈ সাহাৰ্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ৷ ২০২২ চনৰ ৩১ মাৰ্চৰ আগতে এক লাখ নিৱনুৱা যুৱকক চাকৰি দিব বুলিও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

যি সকল যুৱক যুৱতীয়ে চাকৰি নাপাব তেওঁ লোককো বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰে শ্ৰয়ম আঁচনিৰ বছৰি ১০ লাখ যুৱক যুৱতীক ২ লাখ টকাৰৈ প্ৰদান কৰিব বুলিও তেওঁ ঘোষণা কৰে ৷ বাগিছাৰ শ্ৰমিকৰ মজুৰীৰ প্ৰসংগ উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় আমি মজুৰী বৃদ্ধি কৰিছো ৷ এতিয়া মজুৰী হ’ল ২১৮ টকা ৷

এই মজুৰী কিছুমান মালিকে দিব খোজা নাই ৷ চিধা আঙুলিৰে ঘিউ নাহিলে আমি বেকা আঙুলিৰে উলিয়াই দিম আৰু ৷ ভালে ভালে ২১৮ টকা নিদিলে মালিক পক্ষই কিন্তু পৰৱৰ্তী সময়ত ৩৫০ টকাকৈ মজুৰী প্ৰদান কৰিব লাগিব মই আজিয়েই কৈ থলো বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ সম্প্ৰতি ঘোষণা কৰা শ্ৰমিকৰ মজুৰী ২১৮ টকাৰ লগত চৰকাৰেও অলপ সংযোজন কৰিব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই এই ২১৮ টকাৰ লগত প্ৰতিজন শ্ৰমিকৰ বেঙ্ক একাউন্টত আগতে বছৰি ৩০০০ টকা দিয়াৰ পৰিৱৰ্তে এতিয়া মাহে ১০০০ টকাকৈ বছৰত ১২,০০০ টকা প্ৰদান কৰিব বুলিও ঘোষণা কৰে ৷

ইয়াৰ লগতে কংগ্ৰেছৰ গেৰাণ্টিক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই টিভিত বিক্ৰী নোহোৱা সামগ্ৰীৰহে গেৰান্টি দিয়ে যাতে মানুহে কিনে , ঠিক তেনেদৰে কংগ্ৰেছ দলৰ কোনো গেৰান্টি নাই ৷

এই লানি ঘোষণাৰে তেওঁ অতুল বৰাক ভোট দি জয় যুক্ত কৰিবৰ বাবে বোকাখাত বাসীক আহ্বান জনায় ৷ অনুষ্ঠানত মিত্ৰ জোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ লগতে বিজেপি , এজিপি আৰু গনশক্তি দলৰ বিভিন্ন কৰ্মকৰ্তা উপস্থিত থাকে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd