• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ ফেব্ৰুৱাৰিত ছবিগৃহলৈ আহিব ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2018 5:10 pm
abdul-768x512
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰি বিদ্যুৎ কটকীৰ ‘শৈশৱতে ধেমালিতে’ চলচ্চিত্ৰখনে সন্মান বুটলিবলৈ সক্ষম হৈছে। ছবিখনে পেনছিলভেনিয়াত অনুষ্ঠিত আ্যাৰি আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  শ্ৰেষ্ঠ বৰ্ণনাত্মক কাহিনী চিত্ৰৰ সন্মান লাভ কৰে। চলচ্চিত্ৰখনে আগন্তুক নৱবৰ্ষত ফেব্ৰুৱাৰিৰ ৮ তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব।

আনহাতে, মুম্বাইত থকা অসমীয়া চলচ্চিত্ৰ পৰিচালক বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা ‘শৈশৱতে ধেমালিতে’ (ৰেইনব’ ফিল্ডছ)ই যোৱা আগষ্ট মাহত আমেৰিকাৰ ট্ৰেজাৰ ক’ষ্ট আন্তঃৰাষ্ট্ৰীয়  চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল।

Apply Now

তদুপৰি, চলিত বৰ্ষৰ জুলাইত লছ এঞ্জেলছত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা  বঁটা লাভ কৰিছিল। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাৰ উপৰি ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সংগীতৰ বঁটা।

চলচ্চিত্ৰখনৰ অভিনেত্ৰী দীপান্বিতা শৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰী আৰু সংগীত প্ৰদান কৰা অনুৰাগ শইকীয়াই শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰিছিল। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনত ৩৬খন দেশৰ ১৫০খনৰো অধিক চলচ্চিত্ৰই অংশগ্ৰহণ কৰিছিল।

হিংসাজৰ্জৰ সময়ত ডাঙৰ-দীঘল হোৱা আৰু চৌদিশে নৃশংসতা প্ৰত্যক্ষ কৰা অসমৰ শিশুসকলৰ পৰিস্থিতিৰ চিত্ৰণেৰে এটা স্পৰ্শকাতৰ বিষয় পৰিচালক বিদ্যুৎ কটকীয়ে এই ‘শৈশৱতে ধেমালিতে’ ছবিখনত দাঙি ধৰিছে।

ইয়াৰ আগেয়ে আমেৰিকাত ‘শৈশৱতে ধেমালিতে’ ছবিখনৰ বাণিজ্যিক মুক্তি দিয়া হৈছিল। আমেৰিকাত মুক্তি পোৱা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ হিচাপে বিবেচিত হৈছে।

অসমৰ বাস্তৱ ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত ভিক্টৰ বেনাৰ্জী, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী, নিকুমণি বৰুৱাকে ধৰি কেবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd