• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিশাল সজাগতা সভাৰ আয়োজন এবিএমছুৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 10, 2018 8:36 pm
IMG-20180810-WA0076
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ যাতে পুনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিবিষ্ট কৰিব পৰা যায়, সেই নাম বাদ পৰা লোকসকলৰ  সহায়ৰ উদ্দেশ্যে আৰু  সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে তামুলপুৰ জিলা এবিএমছুৱে তামুলপুৰ আঞ্চলিক এবিএমছুৰ উদ্যোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত  চাপাতলত এখন বিশাল সজাগতা সভাৰ অনুষ্ঠিত কৰে।

তামুলপুৰ জিলা এবিএমছুৰ কাৰ্য্যকাৰী সভাপতি হালিম খানৰ পৌৰহিত্যত অনুষ্ঠিত সভাত  কাইলৈ  অৰ্থাৎ ১১ আগষ্ট পৰা এবিএমছুৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম বাদ পৰা লোকসকলক সকলো ধৰণৰ সহায় সহযোগ কৰিব বুলি তামুলপুৰ আঞ্চলিক এবিএমছু আৰু তামুলপুৰ জিলা এবিএমছু ৱে আশ্বাস প্ৰদান কৰে। সভাত বাক্সা জিলা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়া তফিকুৰ ৰহমান উপস্থিত থাকি নাম বাদ পৰা ৰাইজক শংকিত নহৈ সঠিক ভাবে যাবতীয় প্ৰপত্র সমুহ পূৰণ কৰিবলৈ আহ্বান জনায়।

Apply Now

এখন নির্ভুল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এবিএমছুয়ে বৰ্তমান পৰিস্থিতিত লৈ থকা পদক্ষেপৰ  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়া গৰাকীয়ে শলাগ লয় আৰু বিভিন্ন দল সংগঠনকো ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

সভাত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহ কমল খন্দাকাৰ উপস্থিত থাকি উপস্থিত ৰাইজক কয় যে এবিএমছুৱে যি কোনো সময়ত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক প্ৰপত্র পূৰণত সহায় কৰিব আৰু এবিএমছুৱে যি কোনো সময়ত ৰাইজৰ হৈ কাম কৰি যাবলৈ দায়বদ্ধ।

এই সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক নজৰুল ইছলাম, তামুলপুৰ আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন বৰ্মন ,তামুলপুৰ জিলা আৰু আঞ্চলিক এবিএমছুৰ সকলো বিষয়-ববীয়া আৰু ডেৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি টাইচন হুছেইনে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যাতে কোনো বৈধ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক বাদ নপৰে সেই ক্ষেত্ৰত তামুলপুৰ জিলা এবিএমছুৱে নজৰ ৰাখিব।

বৈধ ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে প্ৰতিখন আঞ্চলিক সমিতিত এটাকৈ সহায় কেন্দ্ৰ খোলা হব বুলি সদৰী কৰি হুছেইনে কয় যে কোনো লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কীয় কিবা সমস্যাৰ সম্মুখীন হলে এনে সহায় কেন্দ্ৰলৈ আহি সহায় লব পাৰিব। অসমৰ ঐতিহাসিক দলিল শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুতৰ ক্ষেত্ৰত এবিএমছুই পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈ কোনো ধৰণৰ উৰা বাতৰিত ভোল নগৈ শান্তি সম্প্ৰীতি ৰক্ষা কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজক এবিএমছুৰ সভাপতি গৰাকীয়ে আহ্বান জনায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd