• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তামুলপুৰত মহিলাৰ মাজত ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধী অভিযান; ২০০টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 22, 2020 4:49 pm

1 min read

তামুলপুৰত মহিলাৰ মাজত ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধী অভিযান; ২০০টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ
412
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ উন্নয়নখণ্ডৰ অন্তৰ্গত ২নং উলুবাৰী গাঁৱৰ ত্ৰিবেণী গ্ৰাম্য সংগঠনে আজি ২৬টা আত্মসহায়ক গোটৰ সহযোগত গাঁওখনৰ মহিলাসকলৰ মাজত হাত ধোৱা আৰু মাস্ক পৰিধান সম্পৰ্কত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

সামাজিক দূৰত্ব বজাই ৰাখি সংগঠনটোৰ সভানেত্ৰী মাইকন তালুকদাৰ, সম্পাদিকা সোণেশ্বৰী ৰাভা, এম চি পি কৰৱী মেধি, লেখিকা জিতামণি তালুকদাৰ, সদস্য ৰীতা মেধিৰ সহযোগত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্পৰ্কে মহিলাসকলৰ মাজত সজাগতামূলক অভিযান তথা দুখীয়া পৰিয়ালক সাহায্য বিতৰণ কৰা হয়।

উক্ত অভিযানৰ নেতৃত্ব দিয়ে ৫নং তামুলপুৰ ভিচিডিচিৰ জীৱিকা সখি সুশিলা দাসে। আত্মসহায়ক গোটৰ সদস্য সকলে নিজ গৃহতে মাস্ক তৈয়াৰ কৰি ২ নং উলুবাৰী গাঁৱৰ মহিলাসকলৰ মাজত বিতৰণ কৰাৰ উপৰিও ইয়াৰ আশে পাশে থকা গাঁও অঞ্চলতো গৈ হাত ধুৱাৰ নিয়ম, মাস্ক পিন্ধাৰ কাৰণ আদিৰ বিষয়ে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে।

ইয়াৰ ওপৰিও তেওঁলোকে আজি গাঁওখনত ২০০টা দুখীয়া পৰিয়ালৰ মাজত চাউল, দাইল, নিমখ, আলু, মিঠাতেল, বিস্কুট, আটা, চাবোনৰ লগতে অন্যান্য কিছু  অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে। অঞ্চলটোৰ ৰাইজে ত্ৰিবেণী গ্ৰাম্য সংগঠনৰ উক্ত পদক্ষেপৰ প্ৰশংসা শলাগ লয়।

Recent News

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

IMG_20210225_133421

পথচাৰীৰ মাজত হাহাকাৰঃ পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ সাঁকো পুৱতি নিশা জ্বলাই দিলে দুৰ্বৃত্তই

117215353_cardinal4-750x375

পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ ‘উভয় লিংগ’ৰ পক্ষীৰ সন্ধান লাভ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd