DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আয়ুৰ্বেদৰ পৰামৰ্শ : বাঁওফালে কাতি হৈ শোৱক, সুস্বাস্থ্য অটুট ৰাখক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2019 3:32 pm
Vamkukshi

বাঁওফালে শোৱাৰ প্ৰতিনিধিত্বমূলক ফটো

299
VIEWS
Share on FacebookShare on Twitter

আমি আৰাম অনুভৱ কৰা ভংগীত শোৱাটো পচণ্ড কৰোঁ। কিন্তু আমি নাজানো যে আমাৰ শোৱাৰ ভংগীয়ে আমাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে। আয়ুৰ্বেদৰ মতে আমি বাঁওফালে কাতি কৰি শুব লাগে। কিয়নো বামকুশি অৰ্থাৎ বাঁওফালে মুখ কৰি শোৱাটো হৈছে স্বাস্থ্য সন্মত শোৱাৰ ভংগী।

আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে। ফলত মাধ্যাকৰ্ষণিক বলে লসিকাসমূহেৰে ৰক্ত সঞ্চালনত সহায় কৰে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ কম কৰে।

এনেদৰে শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভৰ (ileocecal valve চমুকৈ ICV) মাজেৰে পাৰ হৈ যোৱাত সহায়ক হয়। ইয়াৰ ফলত সেইবোৰ দেহৰ সহজেই বৰ্জনীয় হৈ পৰে।

গৰ্ভৱতী মহিলাসকলে বাঁওফালে শুলে ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্ত সঞ্চালন অধিকতৰ হয়। এনেদৰে শুলে গৰ্ভফুললৈ পুষ্টিৰ যোগান ভালদৰে হয়। এইদৰে শোৱাটো আৰু আৰামদায়ক কৰাৰ বাবে আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰু ল’বও পাৰি।

প্লীহা হৈছে লসিকাতন্ত্ৰৰ এটা অংশ। প্লীহাই লসিকাসমূহক শোধন কৰাৰ উপৰিও তেজো শোধন কৰে। গতিকে বাঁওফালে শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালনত সহায় কৰে। লসিকাসমূহক মাধ্যাকৰ্ষণিক বলেৰে ৰক্তসঞ্চালন কৰোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

এইবোৰ গুৰুত্বপূৰ্ণ, স্বাস্থ্যৰ পক্ষে উপকাৰী কাৰণ থকা সত্ত্বেও বাঁওফালে শুলে ডিঙি আৰু পিঠিৰ বিষ নিৰাময় হয়, দেহৰ পৰা বিষাক্ত দ্ৰব্য শোধন হয়, বিভিন্ন কঠিন ৰোগ নিৰাময় হয়, বৃক্ক আৰু যকৃতৰ অসুখ ভাল হয়, বুকু জ্বলা-পোৰা কৰা আৰু পিত্তৰোগ ৰোধ কৰে, মগজুক ইতিবাচকভাৱে প্ৰভাৱিত কৰাৰ ফলত পাৰ্কিনছন’ছ আৰু আলঝেইমাৰ’ছ ৰোগ আৰম্ভ হোৱাত বিলম্ব হয়।

Recent News

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

Sharath Kamal Commonwealth Games

বাৰ্মিংহামত শৰৎ কমলৰ স্বৰ্ণিল যাত্ৰা: চিংগলছত জয়েৰে অৰ্জন তৃতীয়টো স্বৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd