• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বি’ ডিভিজন ফুটবল প্ৰতিযোগিতাত বৰপেটা চিকিৎসা মহাবিদ্যালয় একাদশ চেম্পিয়ন

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , September 14, 2018 9:47 pm

1 min read

‘বি’ ডিভিজন ফুটবল প্ৰতিযোগিতাত বৰপেটা চিকিৎসা মহাবিদ্যালয় একাদশ চেম্পিয়ন
245
VIEWS
Share on FacebookShare on Twitter

চিকিৎসা শাস্ত্ৰৰ লগতে  ক্ৰীড়াক্ষেত্ৰতো উন্নত প্ৰদৰ্শন দাঙি ধৰিছে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰ সকলে ৷

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত টিকেন্দ্ৰ নাথ দাস আৰু বিজয় চন্দ্ৰ দাস সোঁৱৰণী আন্ত ক্লাৱ “বি” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ছাত্ৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি অনুষ্ঠিত চূড়ান্ত খেলখনত  বৰপেটা চিকিৎসা মহাবিদ্যালয় একাদশে চেঙা ক’চিং চেণ্টাৰক চাডেন ডেথৰ সহায়ত সামগ্ৰিকভাবে ৬- ৫ গ’লত পৰাজিত কৰে ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হৈ লিয়ন চাকাচেপে খেলৰ ১৩ মিনিটত গ’ল স্কৰ কৰি দলক অগ্ৰগতি প্ৰদান কৰে যদিও চেঙাৰ চিচিনাম থাপাই খেলৰ অন্তিম মিনিটত এটা গ’ল দি খেলখনত সমতা স্থাপন কৰে ৷ নিৰ্ধাৰিত সময়ত খেলখন  ১- ১ গ’লত অমীমাংসিতভাবে সামৰণি পৰাত খেল পৰিচালক আলতাফ হুছেইনে ট্ৰাইবেকাৰৰ সহায় লয় ৷

চাডেন ডেথত  ৫- ৪ আৰু সামগ্ৰিকভাবে ৬- ৫ গ’লৰ ব্যৱধানত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালে একাদশ বিজয়ী হৈ  “বি” ডিভিজনৰ চেম্পিয়নৰ খিতাপ লাভ কৰে ৷

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd