• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড: পুনৰ্বাসন কেন্দ্ৰৰ পৰা উভতি অহাৰ পিছতে পৰিয়ালৰ সদস্যক বৰ্বৰভাৱে হত্যাকাণ্ডৰ ড্ৰাগছ আসক্ত যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2022 10:29 am
Drug addict kills his entire family
138
VIEWS
Share on FacebookShare on Twitter

আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ দিল্লী। শ্ৰদ্ধা হত্যাকাণ্ডই দিল্লীৰ পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ এক ড্ৰাগছ আসক্ত যুৱকে নিজৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যক বৰ্বৰোচিত আক্ৰমণ চলাই হত্যা কৰা ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে।

পুনৰ্বাসন কেন্দ্ৰৰ পৰা উভতি অহাৰ কিছুদিন পিছতে কেশৱ নামৰ এগৰাকী ২৫ বৰ্ষীয় ড্ৰাগছ আসক্ত যুৱকে নিজৰ পিতৃ-মাতৃ, ভগ্নী আৰু আইতাকক হত্যা কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিল্লীৰ পালাম অঞ্চলত থকা যুৱকগৰাকীৰ ঘৰত পৰিয়ালটোৰ সদস্য সকলৰ তেজেৰে তুমুৰলি মৃতদেহ উদ্ধাৰৰ পিছতে হত্যাকাৰী কেশৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

এই ভয়াৱহ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাৰ অভিযুক্ত কেশৱে চোকা বস্তু ব্যৱহাৰ কৰি পৰিয়ালৰ সদস্যসকলৰ ডিঙি কাটি দিয়াৰ লগতে উপৰ্যুপৰি ছুৰীৰে তেওঁলোকৰ শৰীৰত আঘাত কৰিছিল।

হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত কেশৱ নিচাগ্ৰস্ত অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জানিব পৰা মতে যুৱকগৰাকী দীপাৱলীৰ সময়ৰ পৰাই নিবনুৱা হৈ পৰিছিল আৰু আৰু ইয়াৰ পিছতে নিচাসক্ত হৈ পৰিছিল।

হত্যাৰ বলি হোৱা লোকসকলক ক্ৰমে অভিযুক্ত কেশৱৰ আইতাক দীৱানা দেৱী (৭৫), পিতৃ দীনেশ (৫০), মাতৃ দৰ্শনা আৰু ভগ্নী উৰ্বশী (১৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত দীপকে পলায়নৰ পৰিকল্পনা কৰাৰ সময়তে চুবুৰীয়া লোকসকলে কৰায়ত্ব কৰে আৰু আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কেশৱক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কেশৱৰ পিতৃ-মাতৃৰ মৃতদেহ বাথৰুমত উদ্ধাৰ কৰাৰ বিপৰীতে ভনীয়েক আৰু আইতাকৰ মৃতদেহ পৃথক পৃথক কোঠাত উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd