DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Cattle Smuggling বাগৰিত আৰক্ষীত জব্দ কৰিলে অবৈধ সৰবৰাহ কৰা চাৰিখনকৈ গৰুভৰ্তি বাহন; উদ্ধাৰ ৩৬টাকৈ গৰু

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
November 22, 2021 9:57 am
Cattle Smuggler.png Bagori

ফটো: নৰ্থইষ্ট নাও।

90
VIEWS
Share on FacebookShare on Twitter

Cattle Smuggling গো- সুৰক্ষা আইন ভংগ কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। নিশা হ’লেই গৰুৰ অবৈধ সৰবৰাহত নামি পৰে গৰুৰ চোৰাং ব্যৱসায়ী।কলিয়াবৰৰ বাগৰিত আৰক্ষীয়ে চাৰিখন গৰুভৰ্তি বাহন জব্দ কৰাৰ লগতে জব্দ কৰে ৩৬ টাকৈ গৰু।

এক গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে দেওবাৰে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় উজনিৰ পৰা নগাঁও দিশে সৰবৰাহ কৰা চাৰিখনকৈ গৰুভৰ্তি বাহন।

জব্দকৃত চাৰি বাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩৬ টাকৈ গৰু।

ইয়াৰোপৰি আৰক্ষীয়ে আটক কৰে চাৰি বাহনৰ চালক-হেণ্ডিমেনসহ সাতজনকৈ লোকক। বৰ্তমান আৰক্ষীয়ে লোক কেইজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

Also Read: Ganja seized শিৱসাগৰ সদৰ থানাৰ সমীপতেই বৃহৎ পৰিমাণৰ গাঞ্জা, বিলাতী সুৰাৰ কাৰ্টন জব্দ; আটক দুই মহিলা

আনহাতে, যি সময়ত চৰকাৰে গো- সুৰক্ষা আইন প্ৰণয়ন কৰি গৰুৰ চোৰাং বেহা বন্ধ কৰিবলৈ উঠি পৰি লাগিছে সেই সময়তে কিন্তু প্ৰশাসনৰ চকুত ধূলি দি এচাম দুষ্ট চক্ৰই গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে।

এতিয়া প্ৰশ্ন হয় চৰকাৰ তথা প্ৰশাসনে এই চোৰাং চক্ৰটোক নাকী লগাব পাৰিবনে ? গো-সুৰক্ষা আইন ৰক্ষা হবনে?

Recent News

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd