DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃদ্ধি পাইছে কৰোনাক্ৰান্তৰ সংখ্যা : বাক্সা জিলা প্ৰশাসনে বন্ধ কৰিলে অষ্টম শ্ৰেণীলৈকে পাঠদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 27, 2021 8:28 pm
Assam-Schools-to-remain-closed-till-31st-May

প্ৰতিনিধিত্বমূলক ফ'টো

293
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ বিভিন্ন ঠাইত অতি সম্প্ৰতি কোভিড ১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

বাক্সা জিলাত চৰকাৰী হিচাপ মতে ইতিমধ্যে ১৩১ গৰাকী লোকৰ দেহত কোভিড ১৯ সংক্ৰমণ ধৰা পৰিছে। পৰৱৰ্তী সময়ত ইয়াৰে ৩৯ দেহত কোভিড ঋণাত্মক ওলোৱাৰ বিপৰীতে ২ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ৯০ গৰাকী লোকৰ দেহত কোভিড ১৯ৰ সংক্ৰমণ সক্ৰিয় হৈ আছে।

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত কালি নিশাৰ ভাগত এগৰাকী মহিলাৰ দেহত কোভিড ১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত একেটা পৰিয়ালৰ দুগৰাকী মহিলাৰ দেহত আজি কোভিড ১৯ ধৰা পৰিছে।

নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁৱৰ অবিনাশ শৰ্মা নামৰ যুৱক এজনৰ দেহটো কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত সোমবাৰে নিশাৰ পৰা আজি দিনৰ ভাগলৈ মুঠ চাৰি গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে।

বাক্সা জিলাত কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনহিতাৰ্থে বাক্সা জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰণৰ অধ্যক্ষ ৰঞ্জন শৰ্মাই এক নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা যোগে সমগ্ৰ বাক্সা জিলাতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ লগতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে তৎকালীনভাৱে পাঠদান বন্ধ ঘোষণা কৰা হৈছে। চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰিছে জিলা দণ্ডাধীশগৰাকীয়ে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশনা জাৰি থাকিব বুলিও উল্লেখ কৰিছে নিৰ্দেশনটোত। অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষক অনলাইন যোগে পাঠদান অব্যাহত ৰাখিবলৈ কোৱা হৈছে।

Tags: COVID-19

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd