• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মুছলমানৰ দোকান নিষিদ্ধ কৰক : দাবী সন্ত-মহন্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 13, 2025 1:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভমেলা। ইতিমধ্যে লাখ লাখ ভক্তৰ সমাগম হৈছে উক্ত তীৰ্থস্থানলৈ। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে চৰকাৰে।

ইয়াৰ মাজতে সৃষ্টি হৈছে আন এক সাম্প্ৰদায়িক বিতৰ্কৰ। মহাকুম্ভ মেলাত অহিন্দু লোকে দোকান খোলাৰ বিৰোধিতা কৰিছে একাংশ সন্ত-মহন্তই।

Apply Now

এই ক্ষেত্ৰত হৰিদ্বাৰৰ পৰা অহা সন্তসকলৰ গোট অখিল ভাৰতীয় আখৰা পৰিষদৰ এটা দলে এই সতৰ্কবাণী প্ৰদান কৰিছে।

আখৰাৰ মুৰব্বী ৰবীন্দ্ৰ পুৰীয়ে কয় যে শেহতীয়াকৈ প্ৰয়াগৰাজত অখিল ভাৰতীয় আখৰা পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। পুৰীয়ে কয়, এতিয়া চৰকাৰে সিদ্ধান্ত ল’ব কোনে দোকান খুলিব পাৰে। তেওঁ সকীয়াই দিয়ে যে কুম্ভমেলাত যদি অহিন্দুসকলে খাদ্য বিক্ৰী কৰে তেন্তে সনাতন ধৰ্মৰ অনুগামীসকল নীৰৱ দৰ্শকঽৈ নাথাকে।

পুৰীয়ে লগতে কয় যে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা মহাকুম্ভলৈ অহা তীৰ্থযাত্ৰীসকলক মেলাত প্ৰৱেশ কৰাৰ পূৰ্বে চিনাক্ত কৰিব লাগে। আমি স্পষ্টকৈ ক’ব বিচাৰো যে কোনো মুছলমানে মেলা চৌহদত দোকান খুলিব নোৱাৰিব।

তেওঁ আৰু কয় যে, ইচ্ছাকৃতভাৱে কোনো অহিন্দু লোকে ফলৰ ৰস, ফলমূল আৰু অন্যান্য খাদ্য বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেখন ঘৰতে পৃথক পৰিচয়! পত্নী আৰু ৪ সন্তান ভাৰতীয়, কিন্তু এতিয়াও নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে ৭৫ বছৰীয়া পিতৃয়ে

একেখন ঘৰতে পৃথক পৰিচয়! পত্নী আৰু ৪ সন্তান ভাৰতীয়, কিন্তু এতিয়াও নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে ৭৫ বছৰীয়া পিতৃয়ে

November 19, 2026 7:05 pm
সলনি হ’ব নেকি বিশ্ব ৰাজনীতিৰ সমীকৰণ? চীনৰ মাটিত ট্ৰাম্প-পুটিন-ছি জিনপিঙৰ ঐতিহাসিক বৈঠকক লৈ বিশ্বজুৰি তীব্ৰ উৎকণ্ঠা

সলনি হ’ব নেকি বিশ্ব ৰাজনীতিৰ সমীকৰণ? চীনৰ মাটিত ট্ৰাম্প-পুটিন-ছি জিনপিঙৰ ঐতিহাসিক বৈঠকক লৈ বিশ্বজুৰি তীব্ৰ উৎকণ্ঠা

November 19, 2026 6:03 pm
মুম্বাই ভ্ৰমণলৈ আহিছে প্ৰিন্স উইলিয়াম, এই চহৰখনৰ সৈতে আছে তেওঁৰ পূৰ্বপুৰুষৰ এক ৰহস্যময় সম্পৰ্ক! কিন্তু কেনেকৈ?

মুম্বাই ভ্ৰমণলৈ আহিছে প্ৰিন্স উইলিয়াম, এই চহৰখনৰ সৈতে আছে তেওঁৰ পূৰ্বপুৰুষৰ এক ৰহস্যময় সম্পৰ্ক! কিন্তু কেনেকৈ?

November 19, 2026 3:47 pm
২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ২০২৭বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা; চাই লওক সম্পূৰ্ণ সূচী

২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ২০২৭বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা; চাই লওক সম্পূৰ্ণ সূচী

November 19, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেখন ঘৰতে পৃথক পৰিচয়! পত্নী আৰু ৪ সন্তান ভাৰতীয়, কিন্তু এতিয়াও নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে ৭৫ বছৰীয়া পিতৃয়ে

একেখন ঘৰতে পৃথক পৰিচয়! পত্নী আৰু ৪ সন্তান ভাৰতীয়, কিন্তু এতিয়াও নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে ৭৫ বছৰীয়া পিতৃয়ে

November 19, 2026 7:05 pm
সলনি হ’ব নেকি বিশ্ব ৰাজনীতিৰ সমীকৰণ? চীনৰ মাটিত ট্ৰাম্প-পুটিন-ছি জিনপিঙৰ ঐতিহাসিক বৈঠকক লৈ বিশ্বজুৰি তীব্ৰ উৎকণ্ঠা

সলনি হ’ব নেকি বিশ্ব ৰাজনীতিৰ সমীকৰণ? চীনৰ মাটিত ট্ৰাম্প-পুটিন-ছি জিনপিঙৰ ঐতিহাসিক বৈঠকক লৈ বিশ্বজুৰি তীব্ৰ উৎকণ্ঠা

November 19, 2026 6:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd