• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি কৃষ্ণাইৰ ৰাজপথত আৰক্ষীৰ বেনপাৰ্টিৰ প্ৰদৰ্শন

NE NOW NEWS নীলমনি শর্মা
কৃষ্ণাই , October 14, 2018 9:09 am

1 min read

IMG_20181013_175313 (1)

ফটো : নৰ্থইষ্ট নাও

213
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে অহা ২১ অক্টোবৰ তাৰিখে আৰক্ষীৰ স্মৃতি দিৱস উদ্‌যাপন কৰা হ’ব। দেশ আৰু জাতিৰ স্বাৰ্থত আত্ম বলিদান দিয়া বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কৰ্মৰত আৰক্ষীৰ লোক সকলক সাহস আৰু প্ৰেৰণা জগোৱাৰ উদ্দেশ্যে আহা ২১ অক্টোৱৰত সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হ’ব আৰক্ষীৰ এই স্মৃতি দিৱস।

অসমতো এই দিৱস উদযাপনৰ বাবে আৰক্ষী বিভাগে প্ৰস্তুতি চলাইছে। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী৷ শনিবাৰে জিলাখনৰ বিভিন্ন স্থানত আৰক্ষী বিভাগৰ ফালৰ পৰা বেনপাৰ্টিৰে শোভাযাত্ৰা উলিওৱা হয়৷

শনিবাৰে বিয়লি আগিয়াৰ পিছতে কৃষ্ণাই বজাৰত আৰক্ষীৰ জোৱান সকলে বেনপাৰ্টিৰ প্ৰদৰ্শন কৰে ৷ প্ৰায় এঘন্টা সময় ধৰি আৰক্ষীৰ এই প্ৰদশৰ্নত কৃষ্ণাই বজাৰৰ দুই শতাধিক লোকে উপভোগ কৰে ৷

এই অনুষ্ঠানত জিলাখনৰ আৰক্ষীৰ উচ্চ পদস্থ ৱিষয়া সকলো উপস্থিত থাকে৷

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd