• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেটাৰ অধ্যক্ষৰ দাবী : সঘন বন্ধ ঘোষণাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে অসমৰ চাহ উদ্যোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 3:00 pm
Plucking_tea_in_a_tea_garden_of_Assam

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত সঘনাই দি থকা বন্ধই ৰাজ্যখনৰ চাহ উদ্যোগৰ যথেষ্ট ক্ষতি সাধন কৰিছে বুলি নৰ্থ-ইষ্টাৰ্ন টী এছোচিয়েশ্যন (North Eastern Tea Association) অৰ্থাৎ ‘নেটা’ই কালি গুৱাহাটীত সদৰি কৰিছে।

অসমৰ ১৯৫ বছৰীয়া চাহ উদ্যোগ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ বৰ্তি থকাৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে বুলি নৰ্থ-ইষ্টাৰ্ন টী এছোচিয়েশ্যনৰ অধ্যক্ষ নিপুল শইকীয়াই এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

Apply Now

বিজ্ঞপ্তিটোত এছোচিয়েশ্যনৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰিছে যে অসমত বন্ধৰ ইতিহাস অতি পুৰণি যদিও পূৰ্বতে চাহ বাগিচাসমূহৰ কাম-কাজত আজিৰ দৰে প্ৰতিবন্ধকতা আহি পৰা নাছিল।

শইকীয়াই কৈছে যে অস্বীকৃত সংগঠনসমূহে হকে-বিহকে বন্ধ ঘোষণা কৰি থকাৰ ফলত চাহ বাগিচাসমূহৰ স্বাভাৱিক কাম-কাজত বাধাৰ সৃষ্টি হৈছে।

নেটাৰ অধ্যক্ষগৰাকীয়ে আৰু  জনাইছে যে সেউজীয়া চাহপাত হৈছে অতি সোনকালে নষ্ট হোৱা সামগ্ৰী। চাহপাত চিঙা কামটো দৈনিক কৰিব লাগে আৰু যথা সময়ত ইয়াক প্ৰস্তুত কৰিব লাগে। ইয়াৰ ব্যতিৰেকে চাহপাতৰ গুণগত মানদণ্ড হ্ৰাস পায় আৰু এইদৰে চাহ বাগিচাসমূহ লোকচানৰ মুখামুখি হ’বলগীয়া হয়।

তেওঁ আৰু কৈছে যে এদিনৰ চাহপাত চপোৱাৰ লোকচানখিনি পৰৱৰ্তী দিনত পূৰাব নোৱাৰি, গতিকে ইতিমধ্যেই ৰুগ্ন হৈ পৰা চাহ উদ্যোগটোক এই বন্ধসমূহে আৰু ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰি তুলিছে।

এনে ধৰণৰ পৰিস্থিতিত সঘনে দি থকা বন্ধই উদোগটোৰ কৰ্মশক্তিৰ প্ৰত্যক্ষ অৰ্থনৈতিক লোকচান কৰে। চাহ উদ্যোগৰ ব্যৱস্থাপনাত হোৱা এই লোকচান বহন কৰিব নোৱাৰি আৰু এই লোকচান গ্ৰহণযোগ্য নহয়।

‘আছাম ট্ৰিবিউন’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত ‘কিছুমান শক্তিয়ে চাহ উদ্যোগটোক ধ্বংস কৰিবলৈ উঠি পৰি লাগি আছে’ প্ৰকাশ পাইছে। প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে যদিহে অতি সোনকালে উপযু্ক্ত পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে চাহ উদ্যোগটো লাহে লাহে ধ্বংসৰ মুখলৈ গতি কৰিব।

নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকটকীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে অসমৰ বন্ধ সংস্কৃতিৰ পৰা চাহ বাগানসমূহক প্ৰভাৱিত নোহোৱাকৈ ৰাখি সেইসমূহৰ কাম-কাজ স্বাভাৱিকভাৱে চলাই ৰাখিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।

উপদেষ্টাগৰাকীয়ে সংগঠনসমূহকো চাহ বাগিচাসমূহৰ উৎপাদিত সামগ্ৰীসমূহক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে বিৱেচনা কৰি বাগিচাসমূহক বন্ধৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd