• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰক বিচাৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2020 12:39 pm

1 min read

fh773zoerceuiuyk_1567582100
5.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ পূৰ্বৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰক বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে টেষ্ট ক্ৰিকেটৰ বাবে ৰাষ্ট্ৰীয় দলৰ বেটিং পৰামৰ্শদাতা হিচাপে বিচাৰিছে।

বুধবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন কৰ্মকৰ্তাই এই কথা জানিবলৈ দিয়ে যদিও এই পৰ্যন্ত উক্ত প্ৰস্তাৱক সহাৰি জনোৱা নাই বাংগাৰে।

সীমিত অ’ভাৰৰ ক্ৰিকেটত বৰ্তমান বাংলাদেশ ক্ৰিকেট দলৰ বেটিং পৰামৰ্শদাতা হিচাপে কাম কৰি আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ নীল মেকেঞ্জিয়ে।

উল্লেখ্য যে সঞ্জয় বাংগাৰে ২০১৪ৰ পৰা ২০১৯ লৈ ভাৰতীয় ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু যোৱা বৰ্ষৰ ছেপ্তেম্বৰত বি চি চি আইয়ে বাংগাৰৰ ঠাইত বিক্ৰম ৰাথোড়ক এই দায়িত্ব প্ৰদান কৰে।

সঞ্জয় বাংগাৰক বেটিং পৰামৰ্শ হিচাপে বিচৰা সন্দৰ্ভত বি চি চিৰ মুখ্য কাৰ্যবাহী নিজামুদ্দিন চৌধুৰীয়ে কয়, ‘বাংগাৰৰ সৈতে কথা পাতি থকা হৈছে। কিন্তু এতিয়ালৈকে চূড়ান্ত হোৱা নাই’।

বাংগাৰৰ উপৰি আন কেইজনমানৰ সৈতেও কথা পাতি থকাৰ কথা জানিবলৈ দিয়ে নিজামুদ্দিন চৌধুৰীয়ে।

উল্লেখ্য যে সঞ্জয় বাংগাৰে ভাৰতৰ হৈ ১২ খন টেষ্ট আৰু ১৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd