• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

ভাৰতৰ সৈতে বন্দৰ চুক্তি সম্পাদনত বাংলাদেশ কেবিনেটৰ অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2018 3:30 pm
port-pic-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ভূমি-আবদ্ধ (land-locked) উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰু উত্তৰ-পূৰ্বাঞ্চললৈ সামগ্ৰী পৰিৱহণ কৰাৰ বাবে বাংলাদেশৰ অন্তৰ্গত চিটাগং আৰু মংলা সামুদ্ৰিক বন্দৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱিত চুক্তিৰ খচৰাত  বাংলাদেশ কেবিনেটে অনুমোদন জনাইছে।

‘দ্য ইক’নমিক টাইমছ’ত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি বাংলাদেশৰ সংসদীয় সচিব ছাফিউল আলমে ব্যক্ত কৰিছে যে ১৮ ছেপ্টেম্বৰত অনুমোদিত হোৱা এই চুক্তিয়ে ভাৰত-বাংলাদেশৰ ‘বন্ধুত্বপূৰ্ণ সম্পৰ্ক’ আৰু সুদৃঢ় কৰাত সহায় কৰিব।

Apply Now

প্ৰতিৱেদনটোত আৰু ব্যক্ত কৰা হৈছে যে খচৰা চুক্তিখন পাঁচ বছৰৰ বাবে কাৰ্যকৰী থাকিব আৰু পৰৱৰ্তী ৫বছৰৰ বাবে স্বয়ংক্ৰিয় নবীকৰণৰ ব্যৱস্থা থাকিব। ৬ মাহৰ অগতীয়া জননী দি যিকোনো পক্ষই এই চুক্তি ৰদ কৰিব পাৰিব।

এই চুক্তি অনুসৰি আলমে ব্যক্ত কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ পৰা সামগ্ৰী পৰিবহণ কৰাৰ বাবে  ভাৰতক অতি শীঘ্ৰেই বাংলাদেশৰ চট্টগ্ৰাম (চিটাগং) আৰু মংলা সামুদ্ৰিক বন্দৰ ব্যৱহাৰ কৰাৰ অনমতি প্ৰদান কৰা হ’ব। বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ অধ্যক্ষতাত বহা কেবিনেট সভাৰ পাছত সংসদীয় সচিবগৰাকীয়ে এইদৰে কয়।

চিটাগং আৰু মংলা বন্দৰৰ মাজত যোগাযোগ নেটৱৰ্ক গঢ়ি তোলাৰ এখন খচৰা প্ৰস্তুত কৰি ইতিমধ্যে ভাৰতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে।আলমে আৰু ব্যক্ত কৰিছে যে যদিহে বিচাৰে নেপাল আৰু ভুটানেও এই চুক্তিত সাক্ষৰ কৰিব পাৰে।

সামগ্ৰী পৰিবহণৰ বাবে ৪টা সামুদ্ৰিক পথৰ পৰামৰ্শ দিয়া হৈছে। পথকেইটা হৈছে— চট্টগ্ৰাম বন্দৰ/মংলা বন্দৰ-আখাউৰা হৈ আগৰতলা, চট্টগ্ৰাম/মংলা- তামাবিল হৈ ডাউকি, চট্টগ্ৰাম/মংলা-শেওলা হৈ সুতাৰকান্দি আৰু চট্টগ্ৰাম/মংলাৰ-সীমান্তপুৰ হৈ বিবেকবাজাৰলৈ।

কিন্তু আলমে কৈছে যে চুক্তি অনুসৰি বাংলাদেশৰ অভ্যন্তৰত কেবল বাংলাদেশী যান-বাহন আৰু জাহাজকহে সামগ্ৰী কঢ়িওৱাৰ অনুমতি দিয়া হ’ব। বাংলাদেশৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজৰ ওপৰত আধুনিক প্ৰযুক্তিৰ ট্ৰেকিং ব্যৱস্থাৰে চকু ৰখা হ’ব। আলমে আৰু কৈছে যে সামগ্ৰী পৰিবহণৰ সময়ত ভাৰতে আন্তৰ্জাতিক আমদানি শুল্ক আৰু বাণিজ্যৰ সমুহীয়া চুক্তি (GATT) মানি চলাৰ উপৰিও বাংলাদেশৰ আইন আৰু নিয়ম মানি চলিব লাগিব।

চুক্তিখনে বাংলাদেশৰ কৰ কৰ্তৃপক্ষক পৰামৰ্শ দিছে যে ভাৰতীয় কোম্পানীসমূহৰ পৰা নিয়মীয়া সীমা-শুল্ক আৰু কৰৰ লগতে ‘আমদানি শুল্ক আৰু বাণিজ্যৰ সমুহীয়া চুক্তি’ অনুসৰি  কৰ, সীমাশুল্ক আৰু সমপৰ্যায়ৰ চুক্তিপত্ৰ ল’ব পাৰিব।

খচৰা চুক্তিখনত আৰু কোৱা হৈছে যে বাংলাদেশী কৰ্তৃপক্ষই জিপিএছ, ই-লক, ই-ছীল আৰু চিনাক্তকৰণ ব্যৱস্থাৰে মালবাহী জাহাজসমূহক চিনাক্ত কৰিব।

আলমে ব্যক্ত কৰিছে যে প্ৰস্তাৱিত এই চুক্তিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে দুয়োদেশৰ মাজৰ আন্তৰিক দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd