• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ বিৰুদ্ধে খেলৰ পূৰ্বে দিল্লীৰ প্ৰদূষণক লৈ চিন্তিত বাংলাদেশী প্ৰশিক্ষক ডোমিংগো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 1, 2019 7:00 pm

1 min read

Bangladesh cricket team at Delhi

দিল্লীত বাংলাদেশ ক্ৰিকেট দলৰ প্ৰশিক্ষণ

49.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু বাংলাদেশৰ মাজত দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-২০ খেলৰ পূৰ্বে বাংলাদেশৰ প্ৰশিক্ষক ৰছেল ডোমিংগোই ৰাজধানী দিল্লীৰ বৰ্তমানৰ পৰিবেশ খেলৰ অনুকূল নহয় বুলি উল্লেখ কৰি সেয়া দুয়োটা দলৰ বাবে একে বুলি মন্তব্য কৰে।

‘‘কোনো বেমাৰ নাই, কোনো খেলুৱৈৰ মৃত্যু হোৱা নাই। আমি এনে পৰিবেশত ছয় বা সাত ঘণ্টাতকৈ অধিক খেল খেলিব নালাগে। আমি তিনি ঘণ্টাৰ প্ৰস্তুতি চলাই আছো,’’ ডোংমিগোৰ মন্তব্য।

প্ৰশিক্ষক গৰাকীয়ে দলৰ খেলুৱৈসকলে ইয়াৰ সৈতে মোকাবিলা কৰিব লাগিব বুলিও কয়।

দেৱালীৰ পাছতে দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে যাৰ ফলত ৩ নৱেম্বৰত অৰুণ জেটলী ষ্টেডিয়ামত হ’বলগীয়া খেলখনক লৈ সকলো চিন্তিত হৈ আছে।

‘‘বতৰ ভাল, বেছি গৰমো নাই বেছি ঠাণ্ডাও নাই কিন্তু কুৱলী অলপ চিন্তাৰ বিষয় হৈ পৰিছে। এয়া খেলৰ বাবে আদৰ্শ পৰিবেশ নহয় যদিও আমি ইয়াক জগৰীয়া কৰিব বিচৰা নাই,’’ প্ৰশিক্ষক জমিংগোই কয়।

বাংলাদেশ দলৰ খেলুৱৈ সকলে ডিঙি আৰু চকুত কিছু অসুবিধা পাইছো যদিও সকলো ঠিকে আছে বুলিও প্ৰশিক্ষকগৰাকীয়ে উল্লেখ কৰে।

Recent News

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

IMG-20210116-WA0015(1)

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd