• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশ ক্ৰিকেট দলৰ অপেনিং বেটছমেন চইফ হাছান ক’ৰ’না প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 1:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ ক্ৰিকেট দলৰ অপেনিং বেটছমেন চইফ হাছান আৰু সহযোগী প্ৰশিক্ষক নিক লিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ তৰফৰ পৰা মঙলবাৰে এই কথা প্ৰকাশ কৰা হয়।

Apply Now

বাংলাদেশ ক্ৰিকেট দলৰ আগন্তুক শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ১৭ গৰাকী ক্ৰিকেটাৰ আৰু সাত গৰাকী চাপোৰ্ট ষ্টাফক কৰা ক’ৰ’না পৰীক্ষাৰ পাছতে হাছান আৰু নিক ক’ৰ’না প’জিটিভ বুলি পৰীক্ষাত ধৰা পৰে।

ছেপ্তেম্বৰৰ ২৭ তাৰিখে বাংলাদেশ ক্ৰিকেট দলটো শ্ৰীলংকা অভিমুখে উৰা মাৰিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বহু কেইগৰাকী বাংলাদেশী ক্ৰিকেটাৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল যদিও চিকিৎসাৰ অন্তত সম্পুৰ্ণৰূপে সুস্থ হৈ উঠিছিল।

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আতৰি থকা বাংলাদেশ ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ যোগেৰে পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি আহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

June 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd