• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণ কৰিবলৈ গৈ যুৱতীৰ হাতত প্রাণ গ’ল মছজিদৰ ইমামৰ, যাবজ্জীৱন কাৰাদণ্ড যুৱতীক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2020 8:33 am
a rape-victim
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মছজিদৰ দৰে পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ ইমামৰ দায়িত্বত থকা এজন লোকে নিজৰ যৌন কামনা পূৰণ কৰিবলৈ গৈ সাৱটি লবলগীয়া হ’ল মৃত্যুক।

মছজিদৰ কাষতে থকা এটা ঘৰৰ এগৰাকী যুৱতীক নিশা ধৰ্ষণ কৰিবলৈ গৈ যুৱতীৰ হাতত প্ৰাণ দিলে এগৰাকী ইমামে।

Apply Now

ঘটনাটো সংঘটিত হৈছিল বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ কুলিয়াৰপুৰ উপ-জিলাত।

কিশোৰগঞ্জ জিলাৰ বৌলাই পূৰ্ব বৰাতি গাওঁৰ ওচমানপুৰ মছজিদৰ ইমাম আছিল মিজানুৰ ৰহমান নামৰ লোক জন. ২০১৬ চনৰ ১৪ আগষ্টৰ পুৱতি নিশা ইমাম জনৰ মৃতদেহ উদ্ধাৰ হয়  বাজৰা-চৌমাৰী ৰোডৰ এক স্থানত।

ইমাম জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ইমামৰ ভাতৃ মহম্মদ নুৰুল হকে অজ্ঞাত ব্যক্তিয়ে ইমাম জনক হত্যা কৰা বুলি কুলিয়াৰচৰ থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ঘটনাটোৰ ক্ষিপ্ৰ তদন্ত চলাই কোনাপাৰা গাওঁৰ মইনা আক্তাৰ নামৰ যুৱতী গৰাকীৰ লগতে তেওঁৰ ভাতৃ মনিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে আৰু ২০১৭ চনৰ ২৪ এপ্ৰিলৰ দিনা তেওঁলোক দুয়োৰে বিৰুদ্ধে আদালতত গোচৰ তৰা হয়।

ঘটনাটোৰ তদন্তৰ দায়িত্ব লোৱা আৰক্ষী বিষয়া কোহিনুৰ মিঞাই প্ৰকাশ কৰা মতে ২০১৬ চনৰ ১৪ আগষ্টৰ নিশা ইমাম মিজানুৰ ৰহমানে মইনা আক্তাৰৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মইনাক ধৰ্ষণ কৰিবলৈ উদ্যত হয়।

উপায়হীন হৈ মইনাই নিজৰ সতীত্ব ৰক্ষা কৰাৰ বাবে এডাল লোৰ ৰ’ডেৰে ইমাম মিজানুৰৰ মূৰত প্ৰচণ্ড জোৰেৰে কোব শোধায়।

ফলত লগে লগে ইমাম জনৰ মৃত্যু ঘটে। এই ঘটনাৰ পিছতে যুৱতী গৰাকীয়ে ভায়েকৰ সহযোগত ইমাম দনৰ মৃতদেহটো বস্তাত ভৰাই বাজৰা-চৌমাৰী ৰোডত পেলাই থৈ আহে।

শেহতীয়াকৈ বাংলাদেশৰ কিশোৰগঞ্জৰ  আদালতৰ ন্যায়াধীশ মহম্মদ আব্দুৰ ৰহিমে ইমাম জনক হত্যা কৰা মইনা আক্তাৰক যাবজ্জীৱন কাৰাদণ্ডৰ লগতে ২ লাখ বাংলাদেশী টাকাৰ জৰিমনা বিহে।

একেদৰে মইনাৰ ভাতৃ মনিৰক ৭ বছৰৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টাকাৰ জৰিমনা বিহা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd