• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত এইবাৰো উপস্থিত নাথকিব বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা

চৈয়দ বছিৰ by চৈয়দ বছিৰ
May 28, 2019 1:25 pm
hasina-modi

ফাইল ফটো। সৌজন্য : নৰেন্দ্ৰ মোদী ডট ইন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগতভাৱে ভাল সম্পৰ্ক থাকিলেও দ্বিতীয়বাৰৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

বৰ্তমান জাপান, ছৌদি আৰৱকে ধৰি চাৰিখন ৰাষ্ট্ৰৰ ভ্ৰমণত ব্যস্ত থকা হাছিনাৰ কাৰ্যালয়ে নৰেন্দ্ৰ মোদীয়ে স্বাক্ষৰ কৰা শপত গ্ৰহণ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ লাভ কৰাৰ পাছতে তেওঁ উপস্থিত থাকিবলৈ অপাৰগতা প্ৰকাশ কৰি ভাৰতীয় উচ্চায়ুক্তক জনাই দিছে।

Apply Now

উল্লেখযোগ্য যে তেওঁ জাপান ভ্ৰমণত থকা বাবেই ২০১৪ চনতো মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। অহা ৩০ মে’ৰ সন্ধিয়া দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে মোদীয়ে শপত গ্ৰহণ কৰিব।

অৱশ্যে, শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ উপস্থিত থাকিব। দেশখনৰ স্বাধীনতা যুদ্ধ বিভাগৰ মন্ত্ৰী এ কে মোজাম্মেল হকে ৰাষ্ট্ৰপতি আব্দুল হামিদক শপত গ্ৰহণ অনুষ্ঠানত সংগ দিব।

হকৰ মন্ত্ৰালয়ে ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ সৈতে গেৰিলা হিচাপে যুদ্ধত অৱতীৰ্ণ হোৱা সকলৰ বিষয় চোৱাচিতা কৰে। দেশখনৰ স্বাধীনতা যুদ্ধত ভাগ লোৱাসকলে ভাৰতৰ সৈতে এক নিকট আবেগিক সম্পৰ্ক ৰক্ষা কৰে তথা দেশখনত বহু সা-সুবিধা উপভোগ কৰি আছে আৰু মোদী চৰকাৰেও তেওঁলোকক ভিছা প্ৰদানৰ লগতে তেওঁলোকৰ সতি সন্ততিৰ বাবে বৃত্তিৰ ব্যৱস্থাকে ধৰি কিছুমান নতুন সা-সুবিধা আগবঢ়াইছে।

মোদী মন্ত্ৰী সভাৰ শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাথ্ৰিপালা ছিৰিসেনাৰ দৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ বহু মুৰব্বী উপস্থিত থাকিব।

মোদীয়ে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে বাংলাদেশে অমীমাংসিত হৈ থকা তিস্তা নদীৰ জল ভাগ বাটোৱাৰাৰ বিষয়টো আলোচনা কৰিবলৈ আগ্ৰহী হৈ আছে।

বাংলাদেশৰ শাসকীয় আৱামী লীগৰ সূত্ৰসমূহে ভাৱে যে মোদীয় জল ভাগ বাটোৱাৰাৰ চুক্তিখন কৰিবলৈ আগ্ৰহী যদিও পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ বাবে খুব সাৱধানে আগবাঢ়িছিল। পিচে, এইবাৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে মুখ থেকেচা খোৱাৰ পাছত চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উৎসাহিত হোৱাৰ সম্ভাৱনা আছে।

‘’মোদীয়ে যদি ই তিস্তা চুক্তি সফলতাৰে আগবঢ়াই নিব পাৰে, তেতিয়াহ’লে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি নেতাসকলে কৰা বাংলাদেশ বিৰোধী সকলো মন্তব্য সত্ত্বেও মোদীয়ে বাংলাদেশত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব পাৰে। ই হাছিনাৰ ভাৱমূৰ্তিও উজ্জ্বল কৰিব আৰু ভাৰতৰ প্ৰতি তেওঁৰ বিশ্বাস ৰখাৰ বিষয়টোক নায্যতা প্ৰদান কৰিব,’’-আৱামী লীগৰ জ্যেষ্ঠ নেতা আমিৰ হুছেইন অমুৱে এইদৰে কয়।

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বেছিভাগ চুবুৰীয়া ৰাষ্ট্ৰৰ মুৰব্বীকে আমন্ত্ৰণ জনোৱা হৈছে যদিও পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানক ভাৰতে আমন্ত্ৰণ জনোৱা নাই।

উল্লেখযোগ্য যে তেওঁৰ পূৰ্বসূৰী নৱাজ শ্বৰীফক ২০১৪ চনত মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

চৈয়দ বছিৰ

চৈয়দ বছিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd