• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলা টাইগাৰ্ছৰ ধৰ্মঘট, সংকটত ভাৰত-বাংলাদেশৰ ক্ৰিকেট শৃংখলা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 9:10 pm
among-the-11-demands-is-one-th
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩ নবেম্বৰৰ পৰা ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ঘৰৰ মাটিত তিনিখনীয়া টি-২০ শৃংখলাত অংশ লোৱাৰ কথা আছিল, কিন্তু এতিয়া শৃংখলাটো অনুষ্ঠিত হ’ব নে নহয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

সোমবাৰে বাংলাদেশৰ ছিনিয়ৰ ক্ৰিকেট দলৰ একাংশ ক্ৰিকেটাৰে ঢাকাত এক সংবাদমেলৰ জৰিয়তে ক্ৰিকেট ব’ৰ্ডত ধমক প্ৰদান কৰে। ব’ৰ্ডে ক্ৰিকেটাৰ সকলৰ ১১টা দাবী পূৰণ নকৰা পৰ্যন্ত তেওঁলোকে ক্ৰিকেট গতিবিধিৰ সৈতে জড়িত নহয় বুলি হুমকি দিছে।

Apply Now

ক্ৰিকেটাৰ সকলৰ এনে সিদ্ধান্ত তথা প্ৰতিবাদে এতিয়া সংকটত পেলাইছে ভাৰত-বাংলাদেশৰ ক্ৰিকেট শৃংখলা।

আজিৰ সংবাদমেলত চাকিব আল হাছান, মেহমুদুল্লাহ, মুছফিকুৰ ৰহিম আৰু তামিম ইকাবালৰ দৰে ক্ৰিকেটাৰে অংশ লোৱাৰ লগতে যথেষ্ট সংখ্যক ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰে তেওঁলোকক সমৰ্থন দিয়ে।

‘আমাৰ এই কাৰ্যসূচীত ১৯ অনূৰ্ধ্বৰ দলটোক সাঙুৰি লোৱা নাই কিয়নো তেওঁলোকে বিশ্বকাপৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ বাহিৰে সকলো আমাৰ লগত আছে। যেতিয়ালৈ আমাৰ দাবী সমূহ পূৰণ কৰা নহয় তেতিয়ালৈ আমি ক্ৰিকেটত জড়িত নহও’। বৰ্তমান সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ চাকিব আল হাছানৰ মন্তব্য।

ক্ৰিকেটাৰ সকলৰ এনে সিদ্ধান্তৰ বিষয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ চি ই অ’ নিজামুদ্দিন চৌধুৰীয়ে কয়, ‘ক্ৰিকেটাৰ সকলৰ দাবী সমূহ ব’ৰ্ডৰ মজিয়াত আলোচনা কৰা হ’ব আৰু অতি শীঘ্ৰে সমস্যা সমূহ সমাধান কৰাৰ প্ৰয়াস কৰিম’।

বাংলাদেশ ক্ৰিকেটাৰ সকলৰ কেইটামান প্ৰধান দাবী তলত উল্লেখ কৰা হ’ল-

  • শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ক্ৰিকেটাৰ্ছ ৱেলফেয়াৰ এছ’চিয়েশ্যন অব বাংলাদেশৰ বৰ্তমানৰ সভাপতি আৰু সম্পাদকৰ পদত্যাগ। পদত্যাগৰ পাছত ক্ৰিকেটাৰ সকলে নিৰ্বাচিত কৰিব পৰৱৰ্তি সভাপতি আৰু সম্পাদক।
  • ছিনিয়ৰ ক্ৰিকেট দলৰ লগতে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰ সকলৰ পাৰিশ্ৰমিক বৃদ্ধি।
  • পূৰ্বৰ দৰে ফ্ৰেঞ্চাইজ ষ্টাইলত অনুষ্ঠিত হ’ব লাগে বি পি এল।
  • বাংলাদেশৰ ঘৰুৱা টুৰ্ণামেণ্ট ঢাকা প্ৰিমিয়াৰ লীগত বেতনৰ সীমাবদ্ধতা (salary cap) থকা উচিত নহয়।
  • ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্ট বৃদ্ধিৰো দাবী তোলে।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd