• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাকিবৰ নেতৃত্বতে ২০২৩ বিশ্বকাপৰ ফাইনেল খেলিব বাংলাদেশে, আশাবাদী মোৰ্তাজা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2019 7:24 am
Shakib-Masrfee

চাকিব-মোৰ্তাজা,উৎস-ইণ্টাৰনেট

778
VIEWS
Share on FacebookShare on Twitter

তাৰকা বাংলাদেশী অল ৰাউণ্ডাৰ চাকিব আল হাছানক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে সমগ্ৰ বাংলাদেশ।

চাকিবক নিষিদ্ধ কৰাৰ প্ৰসংগলৈ বাংলাদেশ ক্ৰিকেট প্ৰেমীসকলে বাংলাদেশ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ কাৰ্য্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

আনহাতে, চাকিব আল হাছানৰ সংকটৰ সময়ত খেলুৱৈগৰাকীৰ ওচৰত উপস্থিত হৈছে দলৰ প্ৰাক্তন অধিনায়ক মোশ্ৰাফি মোৰ্তাজা।

মোতাৰ্জাই চাকিবৰ ওচৰত উপস্থিত হৈ ২০২৩ চনত বাংলাদেশে চাকিবৰ নেতৃত্বতে বিশ্বকাপৰ ফাইনেল খেলিব বুলি তেওঁ আশাবাদী বুলি মত ব্যক্ত কৰে।

”আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেনেদৰে প্ৰত্যাৱৰ্তন কৰিব লাগে চাকিবে ভালকৈ জানে। তেওঁ যথেষ্ট অভিজ্ঞ আৰু শক্তিশালী খেলুৱৈ,” মোৰ্তাজাৰ মন্তব্য।

উল্লেখযোগ্য যে, মেচ ফিক্সিঙৰ বাবে বুকীয়ে চাকিবক যোগাযোগ কৰা ঘটনা খেলুৱৈগৰাকীয়ে আই চি চিক নজনোৱাৰ বাবেই চাকিবৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে আই চি চিয়ে।

চাকিবে আই চি চিৰ দুৰ্নীতি বিৰোধী বিধি উলংঘা কৰা বুলি স্বীকাৰ কৰিছিল।

আনহাতে, আই চি চিয়ে চাকিবৰ দুবছৰৰ নিষেধাজ্ঞা এবছৰৰ বাবে স্থগিত ৰাখিছে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd