• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুৱা আধাৰ, বিভিন্ন ভাৰতীয় নথি-পত্ৰ লৈ কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশী মডেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2025 3:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতা আৰক্ষীয়ে মঙলবাৰে ভাৰতত অবৈধভাৱে বাস কৰা এগৰাকী বাংলাদেশী মহিলাক গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ নাম বাংলাদেশৰ বৰিছালৰ বাসিন্দা শান্তা পাল (২৮)। জাদৱপুৰ অঞ্চলৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। লগতে উদ্ধাৰ হৈছে দুখন আধাৰ কাৰ্ড, এখন ভোটাৰ কাৰ্ড আৰু এখন ৰেচন কাৰ্ড।

কলকাতা আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) ৰূপেশ কুমাৰে কয় যে, ‘এটা নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত আমি এই গোচৰ ৰুজু কৰি তদন্তৰ কালছোৱাত আমি এগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছো।তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত আছে।তদন্ত চলি আছে।’

Apply Now

আৰক্ষীৰ মতে, তেওঁৰ ভাড়াঘৰত দীৰ্ঘদিনীয়া তালাচীৰ সময়ত তেওঁৰ নামত জাৰি কৰা কেইবাখনো বাংলাদেশী পাছপ’ৰ্ট, ৰিজেণ্ট এয়াৰৱেজ (বাংলাদেশৰ) কৰ্মচাৰী কাৰ্ড, ঢাকাৰ মাধ্যমিক শিক্ষাৰ এডমিট কাৰ্ড, বিভিন্ন ঠিকনাত পঞ্জীয়নভুক্ত দুখন আধাৰ কাৰ্ড, এখন ভাৰতীয় ভোটাৰ/এপিক কাৰ্ড আৰু ৰেচন কাৰ্ড, সকলোবোৰ বিভিন্ন ঠিকনাৰ উদ্ধাৰ কৰি জব্দ কৰা হয়।

আৰক্ষীৰ মতে, মহিলাগৰাকীয়ে ২০২৪ চনৰ শেষৰ ফালে এজন পুৰুষৰ সৈতে ঘৰটো ভাড়াত লৈছিল।

বুধবাৰে মহানগৰ আদালতত হাজিৰ কৰা মহিলাগৰাকীক ৮ আগষ্টলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

জেৰাৰ সময়ত শান্তা পলে আৰক্ষীক কোনো সন্তোষজনক উত্তৰ দিব নোৱাৰিলে, তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ভাৰতত থকাৰ বাবে কোনো বৈধ ভিছা দেখুৱাব নোৱাৰিলে আৰু বৰ্তমান আধাৰ, ভোটাৰ আৰু ৰেচন কাৰ্ড কেনেকৈ হাতত ল’বলৈ সক্ষম হ’ল সেই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছে। মহিলাগৰাকীৰ হাতত উদ্ধাৰ হোৱা আধাৰ কাৰ্ড দুখনৰ ভিতৰত এখনৰ কলকাতাৰ ঠিকনা থকাৰ বিপৰীতে আনখনৰ বৰ্ধমানৰ ঠিকনা।

বৰ্তমান কলকাতা আৰক্ষীয়ে ইউআইডিএআইৰ সৈতে যোগাযোগ কৰি আছে যে কেনেকৈ তেওঁক আধাৰ কাৰ্ড অনুমোদন কৰা হ’ল। ৰাষ্ট্রীয় নির্বাচন আয়োগ আৰু পশ্চিম বংগৰ খাদ্য বিভাগৰ সৈতেও যোগাযোগ কৰি ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড কেনেকৈ পালে সেই সন্দর্ভত সোধা-পোছা কৰি আছে৷

সূত্ৰ অনুসৰি অভিযুক্তই বাংলাদেশত অভিনেত্ৰী হিচাপে কাম কৰিছিল। বাংলাদেশৰ কেইবাটাও টিভি চেনেল আৰু শ্ব’ত এংকৰ হিচাপেও কাম কৰিছিল আৰু তাত একাধিক সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd