• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বেখ হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল; প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত চাপ বৃ্দ্ধি অন্তৱৰ্তীকালীন চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2024 1:31 pm
9.1k
VIEWS
Share on FacebookShare on Twitter

ভুতৰ ওপৰত দানহ! ক্ষমতা হেৰুৱাই দেশ এৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। তেওঁ বৰ্তমান ভাৰতত আছে যদিও এতিয়াও স্থায়ী আশ্ৰয় লাভ কৰা নাই। ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰিছে।

সেয়াই নহয়, ইয়াৰ সমান্তৰালকৈ হাছিনা চৰকাৰৰ মন্ত্ৰী, ৰাজ্য মন্ত্ৰী আনকি আৱামী লীগৰ সাংসদৰো কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰা হৈছে।

বাংলাদেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰাপত্তা সেৱা বিভাগৰ জ্যেষ্ঠ সচিব মহম্মদ মছিউৰ ৰহমানে বুধবাৰে হাছিনা আৰু তেওঁৰ অনুগামীসকলৰ পাছপ’ৰ্ট বাতিলৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

মছিউৰে কয় যে কূটনৈতিক পাছপ’ৰ্ট বাতিলৰ সিদ্ধান্তৰ পিছতে এনে চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইমিগ্ৰেচন আৰু পাছপ’ৰ্ট বিভাগক এই বিষয়ে অৱগত কৰা হৈছে। বাংলাদেশৰ গৃহ বিভাগেও কয় যে কোনোবাই নতুন পাছপ’ৰ্ট ল’ব বিচাৰিলে প্ৰথমে পুৰণি পাছপ’ৰ্ট ঘূৰাই দিব লাগিব।

উল্লেখ্য যে কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, অন্যান্য মন্ত্ৰী, সাংসদে কূটনৈতিক পাছপ’ৰ্টৰ সুবিধা লাভ কৰে। এই পাছপ’ৰ্ট অনুসৰি ৰাষ্ট্ৰৰ মুৰব্বী আৰু কূটনীতিবিদসকলে ভিছা অবিহনে যিকোনো দেশ ভ্ৰমণ কৰিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, যিহেতু হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল হৈছে, তেনেক্ষেত্ৰত তেওঁ ভাৰতৰ পৰা আন এখন দেশলৈ কেনেকৈ যাব? 

Recent News

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd