• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাচাৰৰ এটিএমত টকাৰ তীব্র সংকট : উপায়ুক্তৰ ওচৰত অভিযোগ ৬ সংগঠনৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
August 11, 2018 7:28 am
One of the scenes of ATM counters of State Bank of India just before its closure at 10PM night time
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাচাৰৰ এটিএম সমূহত সম্প্ৰতি টকা নথকাটো এটা অলিখিত নিয়মৰ দৰে হৈ পৰিছে। আজিৰ তাৰিখত টকাৰ প্ৰয়োজনত বহু দূৰৰ পৰা বাটকুৰি বাই অহা বিভিন্নজনে এটিএমত টকা নাপাই উভতি যোৱাটো এটা স্বাভাৱিক দৃশ্য হৈ পৰিছে।

ফলত স্বাভাৱিকৰেই বৃহত্তৰ শিলচৰৰ অধিবাসীসকল বিভিন্ন লেনদেন কৰাৰ প্ৰয়োজনত সমস্যাত জৰ্জৰিত হৈ পৰিছে।

Apply Now

বহু মাহ ধৰি এনেদৰে থকাৰ পাছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নোহোৱাত অৱশেষত ৬টা সংগঠনে শিলচৰৰ উপায়ুক্তৰ ওচৰত এখন ৩দফীয়া স্মাৰকপত্ৰ জমা দি শিলচৰৰ এটিএমসমূহত টকাৰ সংকট নোহোৱা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৱেদন জনায়।

শুকুৰবাৰে ছিনিয়ৰ চিটিজেন ফৰাম, চিটিজেনছ ৰাইটছ প্ৰটেকশ্যন ক’ৰ্ডিনেশ্যন কমিটী, মৰিনিং ক্লাব, অল আছাম হায়াৰ ছেকেণ্ডাৰী টীচাৰ্ছ এছোচিয়েশ্যন, ভাৰ্ছুৱেল মেডিয়া গ্ৰুপ, অপিনিয়ন মুভাৰছ নামৰ ৬টা সংগঠনে  কাচাৰৰ উপায়ুক্ত ড০ এছ লক্ষ্মণনৰ ওচৰত এখন যুটীয়া স্মাৰকপত্ৰ জমা দিয়া দিয়ে। তেওঁলোকে কৈছে যে তেওঁলোকে স্মাৰকপত্ৰখনত তেওঁলোকৰ ৩ দফীয়া দাবী চনদ সহজবোধ্যভাৱে উত্থাপন কৰিছে।

দাবীসমূহ হৈছে শিলচৰ আৰু ইয়াৰ আশ-পাশৰ প্ৰতিটো এটিএমতে নিৰাপত্তাৰক্ষী নিয়োগ কৰা, গোটেই নিশা এটিএম খোলা ৰখা, সকলো সময়তে এটিএমত টকা মজুত ৰখা।

স্মাৰকপত্ৰ জমা দিয়া সংগঠনসমূহৰ এগৰাকী সদস্য দীপক দাসগুপ্তাই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰিছে, ‘‘বহু মাহ ধৰি এটিএমসমূহত টকাৰ নাটনি হোৱাটো লক্ষ্য কৰি অৱশেষত আমি বিষয়টো উপায়ুক্তৰ ওচৰলৈ লৈ গৈছোঁ। আমি আমাৰ দাবী যিমান পাৰি সোনকালে সমাধান হোৱাটো বিচাৰিছোঁ।

‘আন এগৰাকী সদস্য দিলীপ কুমাৰ দে’ই কয়, শিলচৰৰ বহুতো গুৰুত্বপূৰ্ণ এলেকাত এটিএমসমূহত টকা নাথাকে। উদাহৰণস্বৰূপে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চৌহদৰ ভিতৰত থকা ষ্টে’ট বেংকৰ এটিএমটো দুমাহ ধৰি কাৰ্যক্ষম হৈ থকা নাই  আৰু কোনও এইটো মেৰামতি কৰি কাৰ্যক্ষম কৰাৰ কথা চিন্তা কৰা নাই।’’

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd