• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ৰোষত চাকিব উল হাছান; আইনী ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 27, 2019 11:19 am

1 min read

5-24-1

বাংলাদেশী ক্ৰিকেটাৰ চাকিব উল হাছান।

6.1k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ চৰ্ত উলংঘা কৰাৰ অপৰাধত বোৰ্ডে চাকিব উল হাছানক কাৰম দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ সাজু হৈছে।

বাতৰি অনুসৰি, বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক চাকিব উল হাছান গ্ৰামীণ ফোন কোম্পানীৰ এম্বেছাদৰ হিচাপে নিয়োজিত হৈ আছে।

ইপিনে, বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ খেলুৱৈৰ সৈতে চুক্তি অনুসৰি, ৰাষ্ট্ৰীয় নিৰ্বাচনত উঠা ক্ৰিকেটাৰে টেলিকম কোম্পানীৰ সৈতে জড়িত হ’ব নোৱাৰে।

বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ নজমুল হাছানে কয় যে যদি চাকিবে সন্তোষজনক উত্তৰ দিব নোৱাৰে তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

চাকিবে এখন বাংলা দৈনিকৰ আগত কয় যে তেওঁলোকে এনেধৰণৰ ব্যৱহাৰ (টেলিকম কোম্পানীৰ লগত) কৰিব নোৱাৰে। তেওঁলোকে এনেধৰণৰ বুজাবুজিক আমাৰ চুক্তিপত্ৰত স্পষ্টভাৱে কিয় উল্লেখ কৰিব নোৱাৰে।

অধ্যক্ষ হাছানে কয় যে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছো। আমি এই বিষয়ত কাকো ৰেহাই দিব নোৱাৰো। আমি তেওঁক আৰু কোম্পানীটোক ক্ষতিপূৰণ দিবলৈ কম।

বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয়,’’মই এই বিষয়ে ২৩ অক্টোবৰত শুনিবলৈ পাওঁ আৰু ইয়াৰ পাছতে গ্ৰামীণফোনক আইনী জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিও। মই চাকিবকো এখন জাননী প্ৰেৰণ কৰিবলৈ কও যাতে তেওঁৰ উত্তৰ লাভ কৰিব পৰা যায়।‘’

শুকুৰবাৰে দলৰ অনুশীলনত চাকিব অনুপস্থিত আছিল। অৱশ্যে প্ৰশিক্ষক ৰাছেল ডোমিংগোৱে জ্বৰৰ বাবে অনুশীলনত অংশ নোলোৱা বুলিহে জানিবলৈ দিয়ে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd