• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতিৰ বঁটাৰে বিভূষিত বোকাখাতৰ বাপুৰাম হাজৰিকাৰ মৃত্যু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 18, 2020 8:42 pm

2 min read

ৰাষ্ট্ৰপতিৰ বঁটাৰে বিভূষিত বোকাখাতৰ বাপুৰাম হাজৰিকাৰ মৃত্যু
619
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিৱাসী সমাজকৰ্মী প্ৰয়াত যোগাই হাজৰিকাৰ তৃতীয় সন্তান বাপুৰাম হাজৰিকাৰ (বোপাই) ৭৬ বছৰ বয়সত বৃহস্পতিবাৰে পুৱতি নিশা নিজা বাসগৃহত মৃত্যু হয়।

দীৰ্ঘদিন কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ গৃহ বিভাগত কাম কৰি বাপুৰাম হাজৰিকাই ২০০৫ চনৰ ৩১ মাৰ্চত যোৰহাটত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

১৯৪৫ চনৰ ৩১ মাৰ্চত জন্ম গ্ৰহণ কৰা বাপুৰাম হাজৰিকাই বোকাখাতৰ কুৰুৱাবাহীৰ মৰিয়াহোলা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়।

বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সমাপ্ত কৰি ১৯৬৯ চনৰ ২০ আগষ্টত মিজোৰাম আইজলত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ গৃহ বিভাগৰ চাকৰিত যোগদান কৰে।

পৰৱৰ্তী সময়ত ডিব্ৰুগড় আৰু গুৱাহাটী আৰু যোৰহাটত সাহসিকতাৰে নিজৰ চাকৰি জীৱন অতিবাহিত কৰে হাজৰিকাই।

কৰ্ম জীৱনত ২০০০ চনৰ ১৫ আগষ্টত তদন্তাদীন ৰাষ্ট্ৰপতি কে, আৰ, নাৰায়ণৰ স্বাক্ষৰিত পুলিচ সাহসিকতাৰ বঁটা সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী এল কে আদৱানীৰ পৰা নতুন দিল্লীত তেওঁ গ্ৰহণ কৰিছিল।

ৰাজ্যিক ভাৱেও কেইবাটাও বঁটা লাভ কৰা বাপুৰাম হাজৰিকাই নিজৰ চাকৰি জীৱনৰ লগতে বাপুৰাম হাজৰিকা বিভিন্ন সামাজিক কৰ্মতো জড়িত আছিল।

দীৰ্ঘদিন মানসিক ৰোগত ভুগি থকা বাপুৰাম হাজৰিকাই বৃহস্পতিবাৰে পুৱতি নিশা ৩-২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত বাপুৰাম হাজৰিকাই একমাত্ৰ পুত্ৰৰ লগতে তিনিগৰাকী জী আৰু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়। হাজৰিকাৰ মৃত্যুত বোকাখাত অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd