• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুমাহো নিটিকিল পূৰ্বৰ বিশ্ব অভিলেখ! টি-২০ ক্ৰিকেটত ৩৪৯ ৰান কৰি নতুন অভিলেখ ভাৰতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2024 10:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৈয়দ মুস্তাক আলী ট্ৰফীত গঢ়ি উঠিল বিশ্ব অভিলেখ। ছিকিমৰ বিৰুদ্ধে ২০ অভাৰত ৩৪৯ ৰান সংগ্ৰহ কৰে বৰোডাই। টি-২০ ফৰ্মেটত এইটো সৰ্বাধিক ৰান। ইয়াৰ পূৰ্বে এই অভিলেখ জিম্বাবুৱেৰ হাতত আছিল।

মাত্ৰ ৪৩ দিনতে ভংগ হ’ল বিশ্ব অভিলেখ। বৰোদাৰ এই বিশ্ব অভিলেখত মুখ্য ভূমিকা পালন কৰিছিল ভানু পানিয়াই। তেওঁ ৫১টা বলত ১৩৪ ৰান সংগ্ৰহ কৰে। তদুপৰি টি-২০ত এটা ইনিংছত সৰ্বাধিক ছয় মৰাৰ অভিলেখো হৈছে মেচখনত।

Apply Now

দুৰ্বল ছিকিমৰ বিৰুদ্ধে বৰোদাই আৰম্ভণিৰে পৰা আক্ৰমণ অব্যাহত ৰাখিছিল। কোনো বলাৰক ৰেহাই দিয়া নাছিল। পানিয়াৰ ১৩৪ ৰানৰ ইনিংছত ১৫টা ছয়  আছিল।মাৰিছে পাঁচটা চাৰিও। বৰোদাৰ প্ৰতিজন বেটছমেনে উল্লেখযোগ্য ৰান সংগ্ৰহ কৰে।

লগতে পঢ়কঃ চিবিআইৰ বেশ ধৰি ‘ডিজিটেল এৰেষ্ট’ প্ৰাক্তন ‘মিছ ইণ্ডিয়া’ক! ৯৯ হাজাৰ টকা লুটি নিলে মডেলৰ

শিৱলিক শৰ্মা (১৭ বলত ৫৫ৰান), অভিমন্যু সিং (১৭ বলত ৫৩ ৰান), বিষ্ণু সোলাংকী (১৬ বলত ৫৫ৰান) আৰু শ্বাশ্বত ৰাৱাটে (১৬ বলত ৪৩ ৰান)ৰ অৰিহণা যোগায়। সকলোৱে মিলি ৩৭টা ছয় আৰু ১৮টা চাৰি মাৰে।

প্ৰথমে বেটিং কৰি বৰোডাই ৫.১ অভাৰতে ৯২ ৰান সংগ্ৰহ কৰে। ষষ্ঠ অভাৰত দুজন অ’পেনাৰ আউট হৈ ঘূৰি গ’লেও তেওঁলোকে ছন্দ হেৰুৱা নাছিল। তৃতীয় উইকেটত ৯৪ ৰান আৰু পঞ্চম উইকেটত ৮৮ ৰানৰ যুটীয়ে বৰোদাক বিশ্ব অভিলেখ গঢ়াত সহায় কৰে।

লগতে পঢ়কঃ শৰীৰত ভিটামিন ডি পাবলৈ কেতিয়া, কিমান সময় ৰ’দ পুৱাব লাগে? জানি লওক সঠিক পদ্ধতি

টি-২০ত প্ৰথমবাৰৰ বাবে ৩০০ ৰান অতিক্ৰম কৰিছিল নেপালে। যোৱা বছৰৰ এছিয়ান গেমছত মংগোলিয়াৰ বিৰুদ্ধে ৩১৪/৩ ৰান কৰিছিল। জিম্বাবুৱেই সেই অভিলেখ ভংগ কৰে। চলিত বৰ্ষৰ ২৩ অক্টোবৰত দলটোৱে গাম্বিয়াৰ বিৰুদ্ধে ৩৪৪/৪ ৰান কৰিছিল। এইবাৰ বৰোদাই সেই অভিলেখ ভংগ কৰিলে। টেষ্ট খেলা দেশবোৰৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ হৈছে ভাৰতৰ। অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে ২৯৭/৬ ৰান সংগ্ৰহ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd