• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজনৰ অনুমতি বৰপেটা জিলা প্ৰশাসনৰ

মেলা, প্ৰতিযোগিতা, অস্থায়ী দোকান আদিত নিষেধাজ্ঞা

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 5, 2020 6:34 pm
Barpeta district administration issues directives to Durga Puja committees
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলা প্ৰশাসনে আগন্তুক দুৰ্গা পূজা অনুষ্টুপীয়াকৈ আয়োজনৰ অনুমতি প্ৰদান কৰিছে।

আগন্তুক দুৰ্গা পূজাত পূজা সমিতি সমূহে সকলো ধৰণৰ জাকজমকতা, মেলা, মাইক আদি পৰিহাৰ কৰিব লাগিব।

Apply Now

দেশৰ চলিত ক’ৰোনা মহামাৰীজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰা হৈছে।

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত জিলা খনৰ পূজা সমিতি সমূহৰ সৈতে অনুষ্ঠিত এখন সভাত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা জনাই দিয়া হয়।

তদুপৰি এক কিলোমিটাৰৰ ব্যাসাৰ্ধত এখনতকৈ অধিক পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হয়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে পূজা মণ্ডপত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ভক্তসকলে পূজা অৰ্চনাত ভাগ লোৱাৰ সুবিধাৰ্থে মণ্ডপ সমূহ পূৰ্বতকৈ ডাঙৰকৈ নিৰ্মাণ কৰিবলৈও পূজা সমিতি সমূহক অনুৰোধ জনোৱা হৈছে।

পূজা মণ্ডপলৈ অহা দৰ্শনাৰ্থী সকলে  মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব। এই ক্ষেত্ৰত পূজা সমিতিক চকু দিবলৈ আহ্বান জনোৱা হয়।

পূজা মণ্ডপসমূহৰ ওচৰে-পাজৰে অস্থায়ী দোকান-পোহাৰ খোলাটোও বাৰণ কৰা হৈছে বুলি জিলা উপায়ুক্ত‌ই পূজা সমিতি সমূহক জনাই দিছে।

আনহাতে নিৰাপত্তাজনিত কাৰণত প্ৰতিটো মণ্ডপতে চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সভাত বৰপেটা জিলাৰ সকলো প্ৰান্তৰ পৰা অহা পূজা সমিতি সমূহে অংশগ্ৰহণ কৰে আৰু সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই নিৰ্দেশ সমূহৰ সৈতে সহমত পোষণ কৰে।

সাধাৰণতে পূজা মণ্ডপত অনুষ্ঠিত কৰা সকলো ধৰণৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ পৰিহাৰ কৰি কেৱল আধ্যাত্মিকভাৱে অনুষ্টুপীয়াকৈ পূজা অৰ্চনাৰ ব্যৱস্থা কৰিবলৈ পূজা সমিতি সমূহলৈ অনুৰোধ জনোৱা হৈছে।

পূজা আয়োজনৰ সংখ্যা হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

বিসৰ্জন সময়ত ভিৰ কমোৱাৰ উদ্দেশ্যে বিসৰ্জনৰ ঘাটৰ সংখ্যা বৃদ্ধি কৰা আৰু কেবাদিনীয়াকৈ বিসৰ্জন অনুষ্ঠিত কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জনাইছে।

সভাত জিলা আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত সকল আৰু সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলো উপস্থিত থাকে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd