• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশালীন প্ৰস্তাৱ দিয়া মহিলাগৰাকীৰ নাম কিয় ৰাজহুৱা নকৰিলে? ফেইচবুক লাইভত দুটা কাৰণ উল্লেখ বৰষাৰাণী বিষয়াৰ

“তেওঁ এগৰাকী মাতৃ। সন্তানটোৱে হয়তো এইবোৰ নাজানে। সন্তানটোৰ কোনো দোষ নাই”

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2019 5:00 pm
Barasha Rani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ অক্টোবৰত এজন অনা-অসমীয়া ব্যৱসায়ীৰ হৈ চিনাকি মহিলা এগৰাকীয়ে অশালীন প্ৰস্তাৱ আগ বঢ়োৱা বুলি অভিনেত্ৰী বৰষাৰাণী বিষয়াই নিজেই এটা ফেইচবুক পোষ্টত সদৰী কৰাৰ পিছত ইয়াৰ সৈতে কিছুমান কথা স্পষ্ট কৰিবলৈ আজি অভিনেত্ৰীগৰাকীয়ে ফেইচবুক লাইভত আহে।

ফোন যোগে উক্ত অশালীন প্ৰস্তাৱটো দিয়া মহিলাগৰাকীৰ নাম কিয় উল্লেখ নকৰিলে বা নকৰে তাৰ আজি কাৰণ ব্যাখ্যা কৰে।

Apply Now

১৯ অক্টোবৰৰ পোষ্টটোৰ পিছত “মহিলাগৰাকী আৰু ব্যৱসায়ীজনৰ নাম কিয় উল্লেখ কৰা নাই” বুলি বহুতো ছ’চিয়েল মিডিয়া য়ুজাৰে অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল।

আজি ফেইচবুক লাইভত বৰষাৰাণী বিষয়াই কালিৰ পোষ্টটোক মহিলাক এক ক্ষুদ্ৰ সামগ্ৰী বুলি ভবা অসুস্থ মানসকিতাৰ লোকসকলৰ বাবে এটা “হুংকাৰ” আখ্যা দিয়ে।

আনহাতে অভিনয়, মডেলিঙলৈ আহিব বিচৰা ছোৱালীসকলক এই পোষ্টটোৰ জৰিয়তে সতৰ্ক কৰি দিব বিচাৰে বুলিও তেওঁ কয়।

মহিলাগৰাকীৰ নাম প্ৰকাশ নকৰাৰ দুটা কাৰণ তেওঁ উল্লেখ কৰিছে।

এটা হ’ল, মহিলাগৰাকী তেওঁৰ পেহীয়েকৰ লগত পঢ়া। পহীৰ লগৰ বাবেই সেই আৱেগটো দেখুৱাই বৰষাৰাণীক মহিলাগৰাকীয়ে বহুতো কামত নিছিল।

“মোৰ কৰ্মক তেওঁ শ্ৰদ্ধা কৰে আৰু ময়ো তেওঁৰ কামক শ্ৰদ্ধা”, বৰষাৰ মন্তব্য।

দ্বিতীয়টো কাৰণ হিচাপে তেওঁ কয়, ““মই আৱেগিক এইটো বিষয়টোত যে মই মাতৃ হ’ব নোৱাৰিলো। তেওঁ এগৰাকী মাতৃ। আৰু সন্তানটোৱে হয়তো এইবোৰ নাজানে। সন্তানটোৰ কোনো দোষ নাই। মাক যেনেকুৱাই নহওক সন্তানটোক কষ্ট দিব নোখোজো।”

মহিলাগৰাকীৰ বিষয়ে বৰষাৰাণীয়ে বিভিন্ন কথা শুনি আহিছিল বুলিও আজি আকৌ কয়।

“তেওঁ সৰু সৰু ছোৱালীবোৰক প্ৰলোভন দিয়ে বুলি কোৱা শুনি আহিছো। বিশ্বাস কৰা নাছিলো। কাৰণ সফল মহিলাৰ বিৰুদ্ধে বহুতে বহুত কয়”, অভিনেত্ৰীগৰাকীয়ে কয়।

লগতে পঢ়ক অভিনেত্ৰী বৰষাৰাণীলৈ অসম নিৱাসী ধনাঢ্য উত্তৰ ভাৰতীয় ব্যৱসায়ীৰ অশালীন প্ৰস্তাৱ

তেওঁ মহিলাগৰাকীক এনেকুৱা কথা ক’বলৈ যাতে আৰু কোনো ধৰণৰ সাহস নকৰে, তাৰ বাবে সাৱধান কৰি দিয়ে। ছোৱালী তথা নাৰীসকলকো এওঁলোকক উৎসাহিত নকৰিবলৈ অনুৰোধ কৰে।

“স্বামীসকলৰ জীৱনক ধ্বংস নকৰিব” বুলি মহিলাগৰাকীক সকীয়াই দিয়ে অভিনেত্ৰীগৰাকীয়ে।

অভিনেত্ৰীগৰাকীক বিদেশ ভ্ৰমণলৈ নিব খোজা ব্যৱসায়ীজনৰ দৰে মানুহবোৰক “বেমাৰী মানসিকতাৰ” বুলি কৈ কয়, “সকলো মহিলাক সহজলভ্য বুলি নাভাবিব”।

আনহাতে নিজৰ মুম্বাইত কেৰিয়াৰ গঢ়াৰ প্ৰয়াসত হোৱা অবাঞ্ছিত অভিজ্ঞতাৰ কথাও কয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ ২০০১ চনত মুম্বাইলৈ গৈ তাৰ কাষ্টিং ডিৰেক্টৰৰ অশালীন প্ৰস্তাৱৰ সন্মুখীন হোৱা বুলি স্বীকাৰ কৰে।

১৯ অক্টোবৰত অশালীন প্ৰস্তাৱ দিয়া পৰিচিত মহিলাগৰাকীৰ ফোনকলটো টেকনিকেল ন’লেজ নোহোৱা বাবে কল ৰেকৰ্ডিং কৰিব নোৱাৰিলে বুলিও কয় অভিনেত্ৰীগৰাকীয়ে।

১৯ অক্টোবৰত মহিলাগৰাকীয়ে এজন অনা-অসমীয়া ধনী ব্যৱসায়ীয়ে অভিনেত্ৰীগৰাকীক বিদেশ ভ্ৰমণলৈ নিব খোজে বুলি প্ৰস্তাৱ আগ বঢ়াইছিল, যিটো ফেইচবুকৰ এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে অলপ পিছতে ৰাজহুৱা কৰিছিল।

https://www.facebook.com/barsharani.bishaya/videos/10156510824228199/

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd