• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 4:30 pm
index
377
VIEWS
Share on FacebookShare on Twitter

কৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰাৰ সয়মতে কেবাখনো ৰাজ্যৰ ‘অক্সিজেন যুদ্ধ’ই আকৰ্ষণীয় ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে অক্সিজেন যোগানকাৰী প্ৰতিষ্ঠান ইনোক্সক দিল্লীলৈ অক্সিজেন যোগান উত্তৰ প্ৰদেশ চৰকাৰে বন্ধ কৰি ৰখা বুলি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰৰ সপক্ষে ৰায় দিয়াৰ পিছতে অক্সিজেন যোগানকাৰী প্ৰতিষ্ঠান ইনোক্সে যোৱা নিশাৰ পৰা দিল্লীলৈ অক্সিজেনৰ যোগান ধৰিছে।

ইয়াৰ পিছতে হাৰিয়ানা চৰকাৰে অভিযোগ কৰিছে যে দিল্লী চৰকাৰে হাৰিয়ানালৈ প্ৰেৰণ কৰা অক্সিজেন পৰিবাহী টেংকাৰবোৰ অৱৰোধ কৰি তাৰ পৰা অক্সিজেন ভৰ্তি চিলিণ্ডাৰবোৰ নমাই ৰাখিছে।

হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভীজে ইনোক্সে হাৰিয়ানালৈ প্ৰেৰণ কৰা অক্সিজেন পৰিবাহী টেংকাৰবোৰ দিল্লী চৰকাৰে অৱৰোধ কৰাৰ বাবেই হাৰিয়ানা আৰক্ষীক নিৰাপত্তা প্ৰদান কৰি হাৰিয়ানালৈ নিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰিছে।

“আমাৰ অক্সিজেন আমাক দিবলৈ আমি হেঁচা প্ৰয়োগ কৰিছো। প্ৰথমে আমাৰ প্ৰয়োজনবোৰ পূৰাব পাৰিলে আমি আনক অক্সিজেন প্ৰদান কৰিম। কালি আমাৰ অক্সিজেন পৰিবাহী টেংকাৰসমূহ ফৰিদাবাদত ৰখাই তাৰ পৰা অক্সিজেনৰ চিলিণ্ডাৰ দিল্লী চৰকাৰে ‘লুটি’ নিছে।” হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰি এইদৰে কয়।

ইয়াৰ পিছতে হাৰিয়ানা আৰক্ষীক নিৰাপত্তা দি তেওঁলোকৰ অক্সিজেন পৰিবাহী টেংকাৰসমূহ হাৰিয়ানালৈ নিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰিছে মন্ত্ৰী ভীজে।

ইফালে উত্তৰ প্ৰদেশ চৰকাৰে দাবী কৰিছে যে যোৱা নিশাৰ পৰা ইনোক্সে দিল্লীলৈ অক্সিজেন প্ৰেৰণ কৰাৰ পিছৰে উত্তৰ প্ৰদেশৰ হস্পিতালসমূহ অক্সিজেনৰ নাটনি হৈছে।

উত্তৰ প্ৰদেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলৰ সৈতে আলোচনা কৰিছে।

“উত্তৰ প্ৰদেশৰ অধিক সংখ্যক চিকিৎসালয়লৈ ইনোক্সে অক্সিজেন যোগান ধৰি আহিছে। দিল্লীলৈ ইনোক্সে অতিৰিক্তভাৱে অক্সিজেন যোগান ধৰাৰ লগে লগে উত্তৰ প্ৰদেশত অক্সিজেনৰ সমস্যাই দেখা দিছে।” উত্তৰ প্ৰদেশৰ চৰকাৰী সূত্ৰটোৱে কয়।

ইফালে উত্তৰ প্ৰদেশ চৰকাৰে ইনোক্সক দিল্লীলৈ অক্সিজেন যোগান বন্ধ কৰি ৰাখিছিল বুলি দিল্লী চৰকাৰে কৰা অভিযোগক অস্বীকাৰ কৰিছে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd